Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

সেৱা আৰু সমৰ্পণৰ সংকল্পই চৰকাৰৰ কামকাজক মহীয়ান কৰিছে: দিলীপ শইকীয়া

publisher by publisher
May 9, 2025
in News, Assam
Reading Time: 1 min read
0
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
1
SHARES
6
VIEWS
ShareShareShareShare

State Bjp President Dilip Saikia:

“অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সফল, দীপ্ত আৰু পৰিৱৰ্তনৰ বতৰা বহন কৰা শাসনৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত মুখ্যমন্ত্রীক আন্তৰিক অভিনন্দন জনাইছোঁ। অসমৰ ৬৫ লাখৰো অধিক বিজেপি কাৰ্যকৰ্তাৰ তৰফৰপৰা মুখ্যমন্ত্ৰী শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাজ্যৰ উন্নয়ন আৰু সমৃদ্ধিৰ প্ৰতি অবিৰত উৎসর্গিত মনোভাৱৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ”- এই বক্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। চৰকাৰৰ বৰ্ষপূৰ্তিৰ সন্দৰ্ভত প্রকাশ কৰা এটা বিবৃতিত সভাপতি শইকীয়াই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনত অনুপ্রাণিত হৈ, মুখ্যমন্ত্রী ড০ শৰ্মাই অসমৰ জনতাৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপদানত সক্ষম হৈছে। চৰকাৰৰ শাসন পদ্ধতি আজি বিকাশমুখী, অন্তর্ভুক্তিমূলক আৰু স্বচ্ছ প্ৰশাসনৰ উজ্জ্বল উদাহৰণ হিচাপে প্রতিষ্ঠিত হৈছে।

ADVERTISEMENT

যোৱা চাৰি বছৰত অসমৰ বিভিন্ন ক্ষেত্ৰ-পৰিকাঠামো নির্মান, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰন, অর্থনৈতিক বিকাশ আদিত চমকপ্রদ অগ্রগতি সাধিবলৈ সক্ষম হৈছে। এই সকলোবোৰ সফলতা “সবকা চাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস”ৰ মূলমন্ত্ৰৰ সুদৃঢ় প্রতিফলন।

RelatedPosts

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

Nalbari:নলবাৰী এনএইছ এমৰ ৬ গৰাকী চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি

Janata Bhawan:শনিবাৰে জনতা ভৱনত অসম চুক্তিক লৈ আছুৰে বৈঠক চৰকাৰৰ 

এই সকলো প্ৰাপ্তিৰ মূলতে আছে অসমৰ জনতাৰ অটুট আশীৰ্বাদ, মৰম, সমর্থন আৰু সহযোগিতা। জনতাৰ এই ভালপোৱা আৰু বিশ্বাসেই চৰকাৰৰ ভিত্তি মজবুত কৰি বিজেপিকো অধিক উৎসাহ আৰু দায়িত্বৰ সৈতে সেৱা আগবঢ়াবলৈ উৎসাহিত কৰিছে।

বৰ্তমান ৰাষ্ট্ৰীয় সীমান্তৰ সংবেদনশীল পৰিস্থিতিৰ প্ৰতি গভীৰ অনুভূতি প্রকাশ কৰি আৰু আমাৰ বীৰ জোৱানসকলৰ অতুলনীয় বলিদানলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি, অসম বিজেপিয়ে উলহ-মালহেৰে বৰ্ষপূর্তি অনুষ্ঠান পালন নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। বৰ্তমানৰ সময় দেশৰ সুৰক্ষাৰ অটল প্রতিশ্রুতি বহন কৰা নিৰাপত্তা বাহিনীৰ হকে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ সময় বুলি সভাপতি শইকীয়াই মন্তব্য কৰে। চৰকাৰৰ বৰ্ষপূৰ্তিৰ সময়ত অসম বিজেপিয়ে একতা, নম্রতা আৰু অক্লান্ত সেৱাৰ মানসিকতাৰ সৈতে ৰাজ্যবাসীক আগবঢ়াই লৈ যোৱাৰ বাবে দৃঢ় সংকল্পৰ বিষয়ে পুনৰ দোহাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtFourth AnniversaryState Bjp President Dilip Saikia
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d