Thief Arrested:
আৰক্ষীৰ জালত দুই গভাইত চোৰ৷গোপন সূত্ৰৰ পমখেদি বশিষ্ঠ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় সাহানুৰ ইছলাম আৰু পংকজ পাঠক নামৰ কুখ্যাত চোৰ দুজনক। ধৃত চোৰ দুটাৰ পৰা বাচন-বৰ্তন আৰু বৈদ্যুতিক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT