Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

ট্ৰেকত দৌৰি থকা সময়ত অচেতন হৈ খেলুৱৈৰ মৃত্যু

sausajai

Sarusajai Stadium:

মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন ৷ ট্ৰেকত দৌৰি থকা সময়ত অচেতন হৈ পৰে এজন খেলুৱৈ৷ ততাতৈয়াকৈ জৰুৰীকালীন ১০৮ সেৱালৈ ফোন কৰা হয় যদিও সময়মতে এম্বুলেন্স আহি নোপোৱাত চিকিৎসা অবিহনেই কৰুণ মৃত্যুক সাবটি লয় যুৱ খৈলুৱৈজনে ৷ মৃত খেলুৱৈজন তামুলপুৰৰ অনুজ প্ৰধান ৷ প্ৰতিভাৱান খেলুৱৈজনৰ মৃত্যুত লৈ কেতবোৰ প্ৰশ্ন উদ্থাপন হৈছে ৷ সৰুসজাইত ষ্টেডিয়ামত কিয় নাই স্বাস্থ্য সেৱাৰ ব্যৱস্থা ৷

ADVERTISEMENT
Exit mobile version