Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jhumur Dance:অসম চৰকাৰৰ উদ্যোগত বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে ‘ঝুমুইৰ বিনন্দিনী

সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ

publisher by publisher
December 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Jhumur Dance:অসম চৰকাৰৰ উদ্যোগত বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে ‘ঝুমুইৰ বিনন্দিনী
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

৪২টা দাঁতৰে বিশ্ব অভিলেখ মালয়েছিয়াৰ যুৱকৰ 

CRPF Established Day :মহানগৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত চিআৰপিএফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Jhumur Dance:

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সাংস্কৃতিৰ অন্যতম ঝুমুইৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত আগন্তুক বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হৈছে ‘ঝুমুইৰ বিনন্দিনী’ শীৰ্ষক এক অনুষ্ঠানৰ।

ADVERTISEMENT

বিগত বৰ্ষৰ বিহু বিনন্দিয়া অনুষ্ঠানৰ লেখিয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আজি সৰুসজাই ষ্টেডিয়ামত আজি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয়।ঝুমুইৰ বিনন্দিনী অনুষ্ঠানৰ সৈতে তথা চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ সৈতে জড়িত কেবাগৰাকীও লোকশিল্পী, বিশেষজ্ঞ,ওজা প্ৰশিক্ষকৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, ৰাজ্যিক পৰিবহন নিগম প্ৰমুখ্যে কেবাটাও চৰকাৰী বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মন্ত্রী বিমল বড়াই ঝুমুইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বিষয়া সকলৰ লগতে বিশেষজ্ঞ সমিতিৰ পৰা বুজ লয়।

অহা বছৰৰ ২৪ফেব্ৰুৱাৰীত বিশ্বাভিলেখ সৃষ্টিৰ লক্ষ্যৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিতব্য এই ঝুমুইৰ বিনন্দিনীত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ৭৫০০গৰাকী পুৰুষ আৰু মহিলা নৃত্য শিল্পীয়ে অংশগ্রহণ কৰি ঝুমুইৰ নৃত্য পৰিৱেশন কৰিব।
সভাত সাংস্কৃতিক মন্ত্রী বড়াই এই অনুষ্ঠানৰ বাবে ওজা প্ৰশিক্ষক সকলৰ পৰা আৰম্ভ কৰি নৃত্য শিল্পী সকলৰ প্ৰশিক্ষণলৈকে, নৃত্য শিল্পী সকলৰ গুৱাহাটীলৈ যাতায়াত, থকা-খোৱা, অনুশীলন আদিৰ বিষয়ে সাংস্কৃতিক বিভাগৰ বিষয়া তথা বিশেষজ্ঞ সমিতিৰ পৰা বুজ লয়।এই সকলোবোৰ যাতে নিয়াৰিকৈ হয় তাৰ সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।সভাত মন্ত্রী বড়াই এই অনুষ্ঠানে যাতে বিশ্বমানৰ এক অনুষ্ঠান হিচাপে পৰিচিতি লাভ কৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

সভাখনত *সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাস, অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন, সাংস্কৃতিক পৰিক্ৰমা মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া ক্ৰমে ৰাজীৱ থাপা আৰু কমল ভূঞা, বিশেষজ্ঞ সমিতিৰ সদস্য প্ৰহ্লাদ তাছা, ভগীৰথ কৰণ, দুলাল মানকী, ছাজন নায়ক, অমি কিষান, মংগল নায়ক আদি উপস্থিত আছিল।

ইয়াৰ পূৰ্বে সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড: বি কল্যাণ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত একে স্হানতে বহা অন্য এক বৈঠকত সাংস্কৃতিক বিভাগৰ লগতে লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন বিভাগ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া সকলক এই অনুষ্ঠানত পালন কৰিবলগীয়া নিজ নিজ দায়িত্বৰ বিষয়ে বিষয়া গৰাকীয়ে বুজাই দিয়াৰ লগতে কেতবোৰ বিষয় সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশো প্ৰদান কৰে।

উল্লেখ্য যে ইতিমধ্যে এই নৃত্যানুষ্ঠানৰ বাবে কিছু সংখ্যক ওজা প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে যদিও আৰু একাংশ প্ৰশিক্ষকক অহা ৬ৰ পৰা ১০ জানুৱাৰীৰ ভিতৰত দ্বিতীয় পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ পিছত২০ৰ পৰা ২৩ জানুৱাৰীলৈ বিধান সভা সমষ্টি পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ’ব।অংশ গ্ৰহণকাৰী সকলৰ সমষ্টি ভিত্তিক বাছনি আৰু অন লাইন পঞ্জীয়ণ আৰম্ভ হ’ব ২৭ জানুৱাৰীৰ পৰা দুই ফেব্ৰুৱাৰীৰ ভিতৰত ।জিলা পৰ্যায়ত ঝুমুইৰ নৃত্য পৰিৱেশন হ’ব৩ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্রুৱাৰীলৈ যিকোনো এদিন। ইয়াৰ পিছত ২০ ফেব্রুৱাৰীত নৃত্য শিল্পী সকলক বিভিন্ন জিলাৰ পৰা গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হ’ব। সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক পৰ্যায়ত অনুশীলন অনুষ্ঠিত হ’ব ২১ৰপৰা ২৩ ফেব্রুৱাৰীৰ আগবেলালৈকে আৰু ২৪ ফেব্রুৱাৰীৰ দিনাখন শিল্পী সকলে চূড়ান্ত ভাবে বিশ্ব অভিলেখৰ বাবে ঝুমুইৰ নৃত্য পৰিৱেশন কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: cultural DeptJhumur DanceMinister Bimal BoraSarusajai StadiumWorld Record
publisher

publisher

Related Posts

শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে
Assam

September 5, 2026
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d