Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

publisher by publisher
May 15, 2025
in India, News
Reading Time: 1 min read
0
পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
1
SHARES
12
VIEWS
ShareShareShareShare

Pahelgam: পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

ADVERTISEMENT

পহলগাম কাণ্ডৰ পাছত তৈয়াৰ কৰা হৈছে ১৪ জন স্থানীয় উগ্ৰপন্থীৰ ‘হিট লিষ্ট’। সেনাৰ সূত্ৰই দাবী কৰিছে যে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান আৰু ট্ৰালত যোৱা তিনিদিন ধৰি সেনাৰ অভিযানত সেই তালিকাৰ ছয়জন সন্ত্ৰাসবাদী নিহত হৈছে। এতিয়াও আৰু আঠ জন উগ্ৰপন্থী আছে।

RelatedPosts

‘আগতকৈ অধিক কঠোৰ হ’ব প্ৰতিক্ৰিয়া’ ,Operation Sindoor 2.0 লৈ সেনা কৰ্তৃপক্ষৰ স্পষ্ট বাৰ্তা

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

ফ্ৰান্সৰ পৰা পুনৰ ১৫০টা SCALP ক্ষেপণাস্ত্ৰ ক্ৰয়!

এই সন্ত্ৰাসবাদীসকলৰ অৱস্থান বিচাৰি সমগ্ৰ জম্মু আৰু কাশ্মীৰত এটা অভিযান আৰম্ভ কৰা হৈছে।

পহলগাম কাণ্ডৰ পাছত সেনা আৰু প্ৰশাসনে স্থানীয় উগ্ৰপন্থীৰ তালিকা প্ৰস্তুত কৰি বহুজনৰ ঘৰ ভাঙি পেলায়। উগ্ৰপন্থীৰ সন্ধানত তালাচীও চলোৱা হয়।

বিগত মঙলবাৰে, সেনা আৰু আৰক্ষীয়ে শ্বপিয়ানত তিনিজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে। ইয়াৰ পাছত তেওঁলোকে এক অভিযানত নামিল।

দুয়োপক্ষৰ মাজত আৰম্ভ হয় বন্দুক যুদ্ধ । সামৰিক সূত্ৰৰ অনুসৰি, এই অভিযানত তিনিজন উগ্ৰপন্থী নিহত হয়। সেনাৰ সূত্ৰই জনোৱা মতে, শ্বোপিয়ানত নিহত তিনিজন উগ্ৰপন্থী হৈছে লস্কৰ-ই-টাইবা (LeT)।ট্ৰালত নিহত তিনিজন সন্ত্ৰাসবাদী জৈছ সন্ত্ৰাসবাদী সংগঠনৰ।

উল্লেখ্য যে,‘অপাৰেচন কেলাৰ’ত শ্বোপিয়ানত নিহত তিনিজন উগ্ৰপন্থী হৈছে শ্বাহিদ কুট্টে, আদনান শ্বাফি দাৰ, আৰু এহছান আহমেদ শ্বেখ।

সূত্ৰ অনুসৰি বৃহস্পতিবাৰে ট্ৰালত সেনাৰ ‘অপাৰেচন নাদেৰ’ত নিহত উগ্ৰপন্থী তিনিজন হৈছে আছিফ আহমেদ শ্বেখ (২৮), আমিৰ নাজিৰ ৱানী (২০) আৰু ইয়াৱাৰ আহমেদ ভাট। তিনিওজনেই পুলৱামাৰ বাসিন্দা।

জয়ছ-ই-মহম্মদৰ লগত আছিফৰ সম্পৰ্ক আছিল। তেওঁ আৱন্তিপোৰাৰ জিলা অধিনায়ক। আছিফে ২০২২ চনৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈ আছে।২০২৪ চনৰ পৰা পুলৱামাত বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আমিৰে।য়াৱাৰৰ ক্ষেত্ৰতো একেই ।

ইফালে তালিকাত থকা আঠজন সন্ত্ৰাসবাদীক অনুসন্ধান চলাই থকা হৈছে –

আদিল ৰহমান ডেণ্টুঃ সোপুৰত লস্কৰৰ কমাণ্ডাৰ। ২০২১ চনৰ পৰা সক্ৰিয়।

হৰিশ নাজিৰঃ পুলৱামাৰ লস্কৰ উগ্ৰপন্থী।

আছিফ আহমেদ কণ্ডে: শ্বোপিয়ানত সক্ৰিয়। হিজবুল উগ্ৰপন্থী। পাকিস্তানী সন্ত্ৰাসবাদীৰ সমৰ্থক।

নাছিৰ আহমেদ ৱানীঃ লস্কৰ উগ্ৰপন্থী। শ্বোপিয়ানত সক্ৰিয়।

আমিৰ আহমেদ দাৰ: ২০২৩ চনৰ পৰা শ্বোপিয়ানত সক্ৰিয়।লস্কৰ আৰু টি আৰ এফৰ বাবে কাম কৰে।

জুবেৰ আহমেদ গনী: অনন্তনাগৰ হিজবুলৰ অপাৰেচনেল কমাণ্ডাৰ। ২০১৮ চনৰ পৰা সক্ৰিয়।

হাৰুণ ৰছিদ গনীঃ অনন্তনাগৰ হিজবুলৰ সক্ৰিয় সদস্য। জুবেৰ আহমেদ ঘনীঃ কুলগামত সক্ৰিয় লস্কৰ উগ্ৰপন্থী।

জুবাইৰ আহমেদ ঘনীঃ কুলগামত সক্ৰিয় লস্কৰ উগ্ৰপন্থী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian ArmyKashmir Terror AttackOperation SindoorPahelgamPahelgam Terror Attack
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d