Professor arrested in Gossaigaon:
গোসাঁইগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তাক গ্ৰেপ্তাৰ। পাকিস্তানৰ সমৰ্থনত ছছিয়েল মিডিয়াত পোষ্ট কৰি ৰঙা ঘৰৰ আলহী হ’ল প্ৰবক্তা গৰাকী । গোসাঁইগাঁও নিবাসী তথা গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী প্ৰবক্তা জয়নাল আবেদিনক বৰ্তমান গোসাঁইগাঁও থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
ADVERTISEMENT