দিনটোৰ ৰাশিফল

images 17 2

Horoscope:

মেষ: পাৰিবাৰিক কিছু সমস্যা থাকিব। বিদ্যাৰ ক্ষেত্ৰত শুভ। শত্রুয়ে অনিষ্ট কৰিব চেষ্টা কৰিব। তীর্থ ভ্রমণ। শুভ ৰং বগা। অশুভ ৰঙা। শুভসংখ্যা ৩।

বৃষ: দুৰ্ঘটনাৰ পৰা সাৱধান হ’ব। ধন প্রাপ্তিৰ যোগ। মানসিক চিন্তা। ৰক্তচাপ বৃদ্ধি। শুভ ৰং আকাশী। অশুভ ক’লা। শুভ সংখ্যা ৫।

মিথুন: প্ৰেমত বিবাহৰ যোগ। দাম্পত্যত কিছু খেলি-মেলি। আয় বৃদ্ধি। নতুন কোনো সুসংবাদ পাব। শুভ ৰং মাটীয়া। অশুভ নীলা। শুভসংখ্যা ৪।

কর্কট: আপোনাৰ যোগ্যতাৰ প্ৰতিভা আনে স্বীকাৰ কৰিব। হতাশা আঁতৰিব। আলহীৰ আগমন। বিদ্যাত শুভ। শুভ ৰং গুলপীয়া। অশুভক’লা। শুভ সংখ্যা ৩।

সিংহ: আনৰ বিশ্বাসৰ পাত্ৰ হ’ব পাৰিব। খং কমাওক উন্নতি হ’ব। দুর্বল লোকক অনিষ্ঠ নকৰিব। ব্যয়-বৃদ্ধি। শুভ ৰং ক’লা। অশুভ ৰূপালী। শুভ সংখ্যা ৪।

কন্যা: আনৰ ভৰসাৰ পাত্ৰ হ’ব। মনোবল বৃদ্ধি। হঠাৎ ভাগৰুৱা অনুভৱ। যান-বাহনত অতি সতর্ক হওক। শুভ ৰং মুগা। অশুভ আকাশী। শুভসংখ্যা ৫।

তুলা: বিবাহিত কার্য সম্পাদন কৰিব পাৰিব। সন্দেহৰ মাজেৰে একো নকৰিব। ব্যৱসায়ত উন্নতি। শুভ ৰং বগা। অশুভ ক’লা। শুভ সংখ্যা ৫।

বৃশ্চিক: কৰ্ম তৎপৰতা বৃদ্ধি পালেও জিৰণিৰ প্ৰয়োজন হ’ব। ছিগা বস্ত্র নিপিন্ধিব। গৃহ নিৰ্মাণৰ যোগ। শুভ ৰং হালধীয়া। অশুভ ৰঙা। শুভসংখ্যা ৭।

ধনু: পৰীক্ষাত সুনাম। ধৈৰ্যৰ সুফল পাব। আলহীৰ পৰা আমনি পাব পাৰে। বিদ্যাত শুভ। শুভ ৰং বগা। অশুভ ক’লা। শুভ সংখ্যা ৩।

মকৰ : যিকোনো লোকক মনৰ কথা নক’ব। পৰিশ্ৰমৰ মনোবৃদ্ধি পাব। জুইৰ পৰা সাৱধান। প্ৰেমত শুভ। শুভ ৰং ৰূপালী। অশুভ নীলা। শুভসংখ্যা ৪।

কুম্ভ: ধূমপান বৰ্জন কৰক। স্বাৱলম্বী চিন্তা। ক্রীড়াত সুনাম। ভ্ৰমণৰ যোগ। শুভ ৰং বেঙুনীয়া। অশুভ কমলা। শুভ সংখ্যা ৫।

মীন: নতুন যোগাযোগ। কোনো লোকে সম্মানত আঘাত দিব পাৰে। ভাই-ভতিজাক লৈ চিন্তা। প্রেমত মধ্যম। শুভ ৰং হালধীয়া। অশুভমেৰুণ। শুভ সংখ্যা ২।

Exit mobile version