Dispur Police:তন্ত্র-মন্ত্রৰে ৰাইজক প্রলোভিত কৰা এজন ভণ্ড বাবা দিছপুৰ আৰক্ষীৰ জালত

fraud

Dispur Police:

বিভিন্ন সময়ত তন্ত্র-মন্ত্রৰে ৰাইজক প্রলোভিত কৰা এজন ভণ্ড বাবা অৱশেষত পৰিল দিছপুৰ আৰক্ষীৰ জালত ৷ মহানগৰীৰ গনেশগুৰিৰ আনন্দ প্লাজাৰ পৰা গ্রেপ্তাৰ কৰা ভণ্ড বাবাজনৰ নাম বাবা মস্তান খান ৷

ADVERTISEMENT

আনন্দ প্লাজাতে থকা মস্তান খান ওৰফে মোশিন খানৰ ভুৱা চেম্বাৰতে দীৰ্ঘদিন ধৰি বিভিন্ন তন্ত্র-মন্ত্রৰে ৰাইজক প্রলোভিত কৰি লুটিছিল ভণ্ড বাবাই ৷ আনকি ভণ্ড বাবাই টাৰ্গেট কৰি লৈছিল বিভিন্ন ৰোগীয়া লোকক ৷ অৱশেষত এশ গৰু মাৰিলে,বাঘৰো মৰণ লেখিয়াকৈ আৰক্ষীৰ জালত পৰে ভণ্ড বাবা মস্তান খান ৷ দিছপুৰ আৰক্ষীয়ে ভুৱা চেম্বাৰত তালাচি চলায় জব্দ কৰে কেতবোৰ সন্দেহজনক সামগ্ৰী ৷

Exit mobile version