Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কেৱল এটা ফোন কল আৰু সেই কলটোৰ বাবেই ৰক্ষা পৰিল ১২ জন শ্ৰমিকৰ জীৱন

মৃত্যুৰ মুখৰ পৰা উভতি আহিছে ১২জনীয়া শ্রমিকৰ দল

publisher by publisher
February 10, 2021
in India, News
Reading Time: 1 min read
0
কেৱল এটা ফোন কল আৰু সেই কলটোৰ বাবেই ৰক্ষা পৰিল ১২ জন শ্ৰমিকৰ জীৱন
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

Union Home Minister Amit Shah:গৃহমন্ত্ৰীৰ দ্বাৰা উদ্বোধন নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং

Amaranth shrine cloudburst : বিপর্যয়ৰ ১২ ঘণ্টাৰ ভিতৰতেই উদ্ধাৰ ১৫ হেজাৰ তীর্থযাত্রী, মৃতৰ সংখ্যা ১৬ লৈ বৃদ্ধি অমৰনাথত

১৮ হেজাৰ ফুট উচ্চতাত যোগ দিৱস উদযাপন ! লাডাখৰ  হাড় কঁপোৱা ঠাণ্ডাত যোগাসন ITBP কৰ্মীৰ

উত্তৰাখণ্ড দুৰ্যোগৰ বলি হোৱা বিদ্যুৎ প্ৰকল্পৰ কৰ্মচাৰী ৰাকেশ ভট্টে এই কথা জানিবলৈ দিয়ে । যোশীমঠৰ বাবা বদ্ৰীৰ মন্দিৰৰ ওচৰতে তেওঁৰ ঘৰ। তেওঁ আৰু আন ১১ জন শ্ৰমিকৰ স’তে দেওবাৰে তাপোবান বিদ্যুৎ প্ৰকল্পৰ বাবে নিৰ্মিত এটা সুৰংত কাম কৰি আছিল।

ADVERTISEMENT

হঠাৎ, কৰ্মচাৰীসকলৰ চিঞৰ শুনিছিল ৰাকেশে আৰু তেওঁলোকক অতি সোনকালে সুৰংৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল।ৰাকেশে কৈছিল, “মই বিষয়টো বুজি পোৱাৰ আগতে পানী আৰু বোকা ইতিমধ্যে সুৰংগত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিলে আৰু পানীৰ উচ্চতা বাঢ়িবলৈ ধৰিলে । সন্মুখত এখন জেচিবি আছিল। যাৰ ওচৰতে কৰ্মচাৰীসকলে কাম কৰি আছিল। পানী বঢ়াৰ লগে লগে, সকলোৱে জেচিবিত উঠিছিল।

ৰাকেশে কয়, “কিছু সময়ৰ ভিতৰতে আন্ধাৰ হৈ পৰিছিল সমগ্র পৰিৱেশ। আমি কোনেও কাকো দেখা পোৱা নাছিলো। কেৱল বুজিবলৈ চেষ্টা কৰি আছিলোঁ যে সকলো ঠিকে আছে নে নাই। পানী ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল হঠাতে তেওঁলোকৰ এজনে কেনেবাকৈ পকেটত থকা ম’বাইলটো বিচাৰি পালে আৰু সেইটোৱেই আমাৰ বাবে ‘বিশল্যকৰ্ণৰী’ৰ দৰে কাম কৰিলে।”

তেওঁ কয়, “সেই ফোনটোত নেটৱৰ্কৰ থকাৰ বাবেই, ই আমাৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰিছিল।” জেনেৰেল মেনেজাৰক লগে লগে ফোন কৰি আমাৰ অৱস্থাৰ বিষয়ে অৱগত কৰা হয়।

Tapovan

“আনহাতে পানীৰ বৃদ্ধিয়ে আমাৰ সমগ্ৰ শৰীৰক ঢাকি ৰাখিছিল। মই কেৱল মোৰ মূৰটো কোনো মতে ওপৰত ৰাখিছিলো। মই প্ৰাৰ্থনা কৰি আছিলো যে আমাক যাতে কোনোৱে উদ্ধাৰ কৰে। “

শৰীৰৰ তলৰ অংশটো অত্যাধিক ঠাণ্ডাত শীতল হৈ আছিল। ৰক্তক্ষৰণ ভালদৰে হোৱা নাছিল। প্ৰতিটো মুহূৰ্তত এনে লাগিছিল যেন লোৰ ৰডৰ পৰা হাত এৰা খাই যাব কিন্তু ৰাকেশে কৈছিল যে তেওঁ এবছৰীয়া সন্তানৰ বিষয়ে চিন্তা কৰিয়ে তেওঁ জীৱন যুদ্ধ অব্যাহত ৰাখিছিল। তেওঁ কয়, “মই ৰডত প্ৰায় সাত ঘণ্টা ধৰি আছিলো দিনৰ ১০ বজাৰ পৰা পাঁচ বজালৈ ৰড দাল ধৰি ওলমি আছিলোঁ । সকলোৰে একে অৱস্থা। কিন্তু কোনেও জীৱন যুঁজত হাৰ মনা নাছিল। “

অন্যহাতে, জেনেৰেল মেনেজাৰে কলটো পোৱাৰ লগে লগে স্থানীয় প্ৰশাসনৰ স’তে যোগাযোগ কৰিছিল। তেওঁলোকে উদ্ধাৰকাৰীসকলক অৱগত কৰিছিল। বহু প্ৰচেষ্টাৰ পিছত আই টি বি পি জোৱানসকলে সুৰঙ্গত প্ৰৱেশ কৰিব পাৰে। কাৰণ সুৰংগৰ মুখখন প্ৰায় বন্ধ আছিল। তেওঁলোকে ১২ জন লোকক এমন এজনকৈ জীৱন্তে উদ্ধাৰ কৰে আৰু সকলোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উত্তৰাখণ্ডৰ এইচডিপিএ বানে চামোলিৰ কেইবাটাও অঞ্চল দেওবাৰে লণ্ডভণ্ড কৰে। ১৫০ ৰো অধিক এতিয়াও সন্ধানহীন হৈ আছে আৰু ৩২ জন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। ১২ জন লোকক সুৰংগৰ পৰা জীৱিত উদ্ধাৰ কৰা হয়। উদ্ধাৰকাৰীসকলে তাপোবানৰ আন এটা সুৰংগৰত আৱদ্ধ শ্ৰমিকসকলক ৰক্ষা কৰিবলৈ দিন-ৰাতি কাম চেষ্টা চলাই আছে। সময় যোৱাৰ লগে লগে, আৱদ্ধ শ্ৰমিকসকলৰ বিষয়ে ভয় বাঢ়ি গৈ আছে।

#WATCH | Rescue operation continues inside Tapovan tunnel in Uttarakhand's Chamoli. Visuals from this morning.

As per Chamoli Police, few bodies have been retrieved that had reached districts of Rudraprayag & Srinagar due to Alaknanda river's heavy flow.

(Video source: ITBP) pic.twitter.com/RbeXUPXCSx

— ANI (@ANI) February 10, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ITBPRakesh BhattTapovan tunnelUttarakhand glacier disaster
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d