Himanta Biswa Sarma:
শনিবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই পুৱাই উপস্থিত হয় মহানগৰীৰ লাচিত নগৰৰ হনুমান মন্দিৰত ৷ নিজ গৃহ সমষ্টিৰ আমিনগাঁৱলৈ যোৱাৰ পথত মুখ্যমন্ত্ৰী গৰাকীয়ে লাচিত নগৰৰ হনুমান মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰাৰ লগতে স্থানীয় লোকৰ স’তে মতবিনিময় কৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী ৰাওনা হয় আমিনগাঁও অভিমুখে ৷
ADVERTISEMENT