Nagaon Eviction:নগাঁৱৰ জুৰীয়াৰ কলাৰডুবাত প্ৰশাসনৰ উচ্ছেদ অভিযান

মাতব্বৰে দখল কৰা ভূমিত উচ্ছেদ জিলা প্ৰশাসনৰ

juria

Nagaon Eviction:

উচ্ছেদিতৰ নামত আবণ্টিত বেদখলীকৃত ভূমিত মঙলবাৰে উচ্ছেদ চলালে নগাঁও জিলা প্ৰশাসনে । জুৰীয়াৰ কলাৰডুবাত প্ৰশাসনৰ বুলডজাৰ পৰিল ৷ উচ্ছেদিতৰ নামত আবণ্টিত অধিকাংশ বেদখলীকৃত ভূমিত মাতব্বৰে দখল কৰি খান্দিছিল প্রকাণ্ড প্রকাণ্ড পুখুৰী ৷ এই সন্দৰ্ভত জিলা প্ৰশাসনৰ পৰা বহুবাৰ সৰ্তক কৰি দিয়া হৈছিল যদিও কৰ্ণপাতেই কৰা নাছিল মাতব্বৰে ৷ যাৰবাবে আজি আৰক্ষী সহ বৃহৎ দলে বুলডজাৰ লৈ চলাই ব্যাপক অভিযান ৷

ADVERTISEMENT
Exit mobile version