Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

চৰত মাতব্বৰৰ দপদপনি, জৰিমনাৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ

আইনী ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চৰসমূহত অব্যাহত আছে মাতব্বৰৰ দপদপনি । বিচাৰৰ জৰিমনাৰ নামত পকেট গৰম কৰিছে একাংশ মাতব্বৰে ।

publisher by publisher
December 3, 2024
in Uncategorized
Reading Time: 2 mins read
0
মাতব্বৰ

মাতব্বৰ

1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

সঁচাকৈয়ে অন্ধ নেকি ৰাজ্যৰ আইনী ব্যৱস্থা ! নগাঁও আৰু শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ চৰত এতিয়াও শাসন  অব্যাহত আছে একাংশ মাতব্বৰৰ  । জিলা দুখনৰ অন্তৰ্গত ৰৌমাৰী ব্লক, তিনিকটীয়া, মুছলেম চাপৰি, লাঠিয়ামাৰী, কাট্টিমাৰী, কমাসুঁতি, নগৰী চৰ, পাংৰী, কুট্টামাৰী, বিন্দ্ৰে, বিচ্ছে, বৰৈশালী, ৰাণীটোপাকে ধৰি কেইবাটাও প্ৰমুখ্য চৰ চাপৰি আছে । এই চৰসমূহৰ একাংশ চৰত এতিয়াও কেতবোৰ সয়ম্ভূ মাতব্বৰৰ মুখৰ কথাই আইনসদৃশ ।

ADVERTISEMENT

ফলত মাতব্বৰ বাহিনীৰ উদ্ভণ্ডালিৰ প্ৰকোপত অতিষ্ঠ হৈ পৰিছে চৰবাসী । চৰবাসীয়ে দৈনিক অগ্ৰদূতক জনোৱা অনুসৰি, মাতব্বৰ বাহিনীৰ আতিশৰ্য্যৰ বাবে চৰত খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰাটো দুৰূহ হৈ পৰিছে ।  অধিকাংশ চৰতেই আৰক্ষী-প্ৰশাসনৰ কোনো অস্তিত্বই নাই । চৰবাসীৰ ভিন্ন কথাত দোষ উলিয়াই মাতব্বৰ বাহিনীয়ে বিচাৰ কৰাৰ নামত দাবী কৰে ধন, চৰবাসীয়ে মাতব্বৰ বাহিনীক পৰিশোধ কৰিব লাগিব জৰিমনা ।

উল্লেখ্য যে, এই মাতব্বৰ বাহিনীৰ এইদৰে বিচাৰৰ কৰ্তৃত্ব লোৱাৰ কোনোধৰণৰ অধিকাৰ নাই , তেওঁলোকক চৰবাসীয়ে কোনোদিনে বিচাৰ কৰিবলৈ আমন্ত্ৰণ নজনায় । মাটি-বাৰীৰ বিবাদ, চৰৰ দল-উপদলৰ মাজত হোৱা সংঘৰ্ষ, নাৰী অপহৰণ, নাৰীজনিত ভিন্ন বিবাদ, মাৰ-পিট আনকি দম্পত্তীৰ মাজৰ বিবাদৰো মীমাংসা কৰিবলৈ আহে এই মাতব্বৰ বাহিনীয়ে । সৰ্বাধিক বিচাৰ চলে যৌন কেলেংকাৰীৰ ।

আনকি মাতব্বৰ বানিহীয়ে বিচাৰৰ নামত এটা পক্ষক দোষী সাব্যস্ত কৰি ৫০ ৰ পৰা ১ লাখ টকালৈ জৰিমনা সংগ্ৰহ কৰে । এই বিচাৰ সভাসমূহত কোনো লোকে  মাতব্বৰৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে ।  কোনো লোকে মাতব্বৰ বাহিনীৰ বিৰোধিতা কৰিলেই ৰোষত পৰিবলগীয়া হয় ।

আনহাতে বিচাৰ মীমাংসা কৰিবলৈ অহা মাতব্বৰ বাহিনীক মুৰ্গী মাংসৰে ভাত খুৱাব লাগে চৰবাসীয়ে । বিচাৰ সভাত সংগ্ৰহ কৰা ধন মাতব্বৰসকলে ভাগ কৰি লয় ।

চৰবাসীয়ে অভিযোগ কৰা অনুসৰি, তেওঁলোকক শোষণ চলাই অহা মাতব্বৰ বাহিনীৰ অধিকাংশই গুণ্ডা প্ৰকৃতিৰ লোক । কোনো কাৰণত যদি দোষী পক্ষই বিচাৰৰ ধন পৰিশোধ কৰিব নোৱাৰে তেন্তে মাতব্বৰ বাহিনীয়ে দোষী সাব্যস্ত কৰা লোকসকলৰ পৰা ভূমি বলপূৰ্বকভাৱে কাঢ়ি লয় ।

এই সন্দৰ্ভত চৰবাসীয়ে নগাঁও কিম্বা শোণিতপুৰ জিলাৰ প্ৰশাসনক অৱগতে কৰে যদিও আজিলৈ কেৰেপ নকৰিলে প্ৰশাসনে । চৰবাসীৰ অভিযোগ অনুসৰি,  এই ঘটনা আমাৰ জিলাৰ নহয় বুলি কৈ গা এৰা মন্তব্য দিয়ে প্ৰশাসনে । ভলত ভুক্তভোগী চৰৰ লোকসকলে নিজৰ ঠাইতে ভয়ে ভয়ে দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

দাঁতি কাষৰীয়া আৰক্ষী থানাসমূহত চৰবাসীয়ে মাতব্বৰ বাহিনীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ গৈ দালালক ধনি দি সৰ্বস্ৰান্ত হৈছে বুলি চৰবাসীয়ে জানিবলৈ দিয়ে । আনকি এই দালালীসকলৰ মাজতো মাতব্বৰ বাহিনীৰো লোক আছে বুলিও স্থানীয় লোকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । সেয়েহে থানালৈ অভিযোগসমূহ নিয়াৰ পৰিৱৰ্তে মীমাংসাৰ নামত ৰাজহুৱা মেল পাতি চৰবাসীক মাতব্বৰ বাহিনীয়ে লুণ্ঠন চলাই আছে বুলি ক্ষোভ প্ৰকাশ কৰে চৰৰ বাসিন্দাসকলে ।

লগতে পঢ়ক নগাঁও-শোণিতপুৰ জিলাৰ একাংশ চৰত মাতব্বৰৰ গুণ্ডাৰাজ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: আইনী ব্যৱস্থামাতব্বৰশোণিতপুৰ জিলা
publisher

publisher

Related Posts

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d