Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Artificial flooding on Patharkueri – Satgaon road:মহানগৰীৰ পাথৰকুৱেৰী – সাতগাওঁ পথৰ কৃত্ৰিম বানক লৈ চিন্তিত অঞ্চলবাসী

মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু জিএমচি মেয়ৰ মৃগেন শৰণীয়াক স্মাৰক পত্ৰ অঞ্চলবাসীৰ

publisher by publisher
May 22, 2025
in News, Assam
Reading Time: 2 mins read
0
Artificial flooding on Patharkueri – Satgaon road:মহানগৰীৰ পাথৰকুৱেৰী – সাতগাওঁ পথৰ কৃত্ৰিম বানক লৈ চিন্তিত অঞ্চলবাসী
1
SHARES
11
VIEWS
ShareShareShareShare

Artificial flooding on Patharkueri – Satgaon road:

যিহেতু বৰষুণৰ বতৰ সমাগত, সেয়ে মহানগৰীৰ এটা সদাব্যস্ত পথ হৈছে পাথৰকুৱেৰী – সাতগাওঁ পথ ৷ সাতগাঁৱস্থ সেনা চাউনিৰ সেনা বাহিনীৰ উপৰিও বহু কেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰী দৈনিক অহা যোৱাৰ বাবে এই পথটো ব্যৱহাৰ কৰে।

ADVERTISEMENT

এজাক মুষলধাৰ বৰষুণ দিলেই পথছোৱা জলমগ্ন হৈ পৰে৷বিগত সময় চোৱাত এই পথটোত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। পাথৰকুৱেৰী – সাতগাওঁ পথত হোৱা কৃত্ৰিম বানে সৰ্বাধিক বিভীষিকাৰ সৃষ্টি কৰে এছএফএছ স্কুলৰ সন্মুখৰ ঠাইখিনিত। অৱশ্যে পথটোৰ অন্য অংশতো বৰষুণৰ পানী জমা হয়।

RelatedPosts

Artificial Flood: এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ একাধিক অঞ্চল

Artificial Flood In Guwahati: গুৱাহাটীত পানী হৈ আছে আৰু হোৱাৰ সম্ভাৱনা আছে : অসহায় মন্ত্রী

Artificial Flood In Guwahati: স্মার্ট চিটিত বন্যাপীড়িতৰ বিননি,বোন্দাত ভূমিস্খলনত শিশু,মহিলাসহ ৫জনৰ মৃত্যু

pathar 2একেদৰে বহুকেইটা উপ-পথ বৰষুণৰ পানীত ডুব গৈ থাকে। অথচ এই পথটোৰ গাতে লাগি অছে শিলসাঁকো বিল। বৰষুণৰ জমা পানী অতি সহজে শিলসাঁকোলৈ বৈ যাব লাগিছিল যদিও সেয়া হোৱা নাই। পাথৰকুৱেৰীৰ পৰা সাতগাঁৱলৈ যোৱা সোঁফালে আছে এটা কেঁচা নলা ৷ একেদৰে বাওঁ ফালেও কিছু কিছু ঠাইত সৰু ঠেক নলাৰ এটাৰ অস্তিত্ব দেখিবলৈ পোৱা যায়।

কিন্তু এই নলাটোৰে পানী ওলাই যায় নে নাই তাৰ কোনো নিশ্চয়তা নাই। এছএফএছ স্কুলৰ সন্মুখত নলাটোৰ অস্তিত্ব হয়তো মাটিৰ তলত আছে। আনহাতে বিদ্যালয় খনৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টৰ প্ৰবেশ পথত নলা সংলগ্ন এটা পকী কালভাৰ্ট বহুওৱা আছে যাৰ অধিকাংশ ইতিমধ্যে মাটিৰ তলত পোত গৈছে আৰু যিখিনি ওলাই আছে তাৰে পাথৰকুৱেৰী – সাতগাঁওৰ দৰে বৃহৎ অঞ্চলৰ বৰষুণৰ জমা পানী ওলাই যোৱাটো সম্ভৱ নহয়।

পথটোৰ দুয়ো কাষৰ নলা সমূহত থকা আৰ্ৱজনা চাফা নোহোৱা পৰ্যন্ত এই বৃহৎ অঞ্চলটোত জমা হোৱা বৰষুণৰ পানী শিলসাঁকোলৈ ওলাই যোৱাটো সম্ভৱ নহয়। বৰষুণৰ পানী শিলসাঁকোলৈ বৈ নোযোৱাৰ অন্য কাৰণো থাকিব পাৰে ৷ এইক্ষেত্ৰত গুৱাহাটী উন্নয়ন বিভাগ আৰু জিএমচিৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান প্ৰয়োজনীয়তা আছে বুলি মতপ্ৰকাশ কৰে স্থানীয় লোকে ৷

pathar 3আনহাতে এই সন্দৰ্ভত স্থানীয় লোকে গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক ১ মে’ত সাক্ষাৎ কৰে এখন স্মাৰক পত্ৰ খন দিছিল যদিও আজি পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ফলত এবাৰ বৰষুণ দিলেই পথটোত ভয়াৱহ পৰিস্থিতি সৃষ্টিৰ ধাৰা আজিও অব্যাহত আছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Artificial FloodPatharkueri - Satgaon roadPublic Complaint
publisher

publisher

Related Posts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
News

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

June 16, 2025
‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
India

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
India

সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

June 16, 2025
দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
India

দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d