Parbotjhora :
এক আজৱ ঘটনা ৷ এজনী ছাগলীয়ে জন্ম দিলে মানুৱসদৃশ এটি পোৱালি। পৰ্বতঝোৰা থুৰিয়াপাহাৰ গাঁৱৰ আলী মোল্লাহ নামৰ ব্যক্তি গৰাকীৰ ঘৰত পোহনীয়া ছাগলী জনীয়ে জন্ম দিয়া পোৱালীটোক চাবলৈ ভিৰ হোৱা পৰিলক্ষিত হৈছে।
ADVERTISEMENT
পোৱালীটো চাই হতভম্ব গাঁৱৰ ৰাইজ, এয়াই প্ৰথম ঘটনা বুলি মন্তব্য কৰে। ছাগলীৰ পোৱালীটোকলৈ সৃষ্টি হৈছে বিভিন্ন প্ৰতিক্ৰিয়াৰ।বিভিন্ন জনে দিছে বিভিন্ন মন্তব্য কিছুমানে কৈছে এয়া পৃথিৱী ধ্বংসৰ আগজাননী।