১০টকীয় পানী বটলৰ দাম ৩০টকা,২০টকাৰ ক’ক কলাৰ দাম ৭৫!

তেজপুৰৰ মনযায় কেফেৰ বিৰুদ্ধে লুণ্ঠন চলোৱাৰ অভিযোগ গ্ৰাহকৰ

IMG 20250525 172907

১০টকাৰ কিনলে পানী বটলৰ দাম হ’ল গৈ ৩০টকা,২০টকাৰ ২৫০মিলি লিটাৰ ক’ক কলাৰ দাম হ’ল ৭৫৷আচৰিত যেন লাগিলেও এয়াই সচাঁ৷

ADVERTISEMENT

কেফেত এনেদৰে গ্ৰাহকৰ পৰা চলাইছে লুণ্ঠন৷তেজপুৰৰ মনযায় নামৰ কেফেত ঠেলামৰাৰ নৰেন শৰ্মাৰ নামৰ এজন গ্ৰাহকৰ পৰা ল’লে এই দাম৷

এম আৰ পিতকৈ তিনি চাৰিগুণ পানী বটল আৰু ক’ক কলা ৰ দাম ল’লে এই কেফে খনে৷গ্ৰাহকক লুণ্ঠন চলোৱা তেজপুৰৰ মনযায় কেফেৰ বিৰুদ্ধে ঠেলামৰাৰ নৰেন শৰ্মা নামৰ গ্ৰাহক জনে জাগো গ্ৰাহক জাগোত দাখিল কৰিলে অভিযোগ৷

গ্ৰাহকৰ পৰা লুণ্ঠণ চলোৱা কেফে খনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷

Exit mobile version