Duliajun Incident:পুনৰ গ্ৰেপ্তাৰ ১৭ মে’ৰ ঘটনাৰে জড়িত দুই যুৱকক

দুলীয়াজানৰ বহু চৰ্চিত বিএন সিং তেল ডিপোৰ অন্ত পৰা নাই বিতৰ্ক

sahu

Duliajun Incident:

দুলিয়াজানৰ বহুচৰ্চিত বিএন সিং তেল ডিপোত এতিয়াও যেন অন্ত পৰা নাই বিতৰ্ক ৷ ১৭ মে’ত সংঘটিত বিক্ষিপ্ত ঘটনাৰে জড়িতৰ সন্দেহত আৰক্ষীয়ে পুৱতি নিশা আটক কৰে প্ৰকাশ চাহু আৰু ৰিংকু বট্টা নামৰ দুই যুৱকক ৷ তিনিচুকীয়াৰ কেহেং চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই যুৱকক ৷

ADVERTISEMENT

উল্লেখ্য যে ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পৰা তনু শ্বাহী আৰু তেওঁৰ দুই ভাতৃক আটকাধীন যুৱকদ্বয়ে আটকৰ দৃশ্য বন্দী হৈছিল কেমেৰাত ৷ ইপিনে, আইঅচিএল-এ দিয়া নিৰ্দেশ অনুসৰি পেট্ৰ’ল ডিপোটো খোলাৰ পিচত দুলীয়াজানত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ যাৰবাবে শেহতীয়াকৈ অইল কৰ্তৃপক্ষৰে সৈতে এক আলোচনাত বহাৰ কথা বিভিন্ন দল -সংগঠন ৷

Exit mobile version