Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AJP:শংকৰ বৰুৱাক হেণ্ডকাফ লগাই দাগী অপৰাধীৰ দৰে ঘুৰাই ফুৰুৱাটো দুৰ্ভাগ্যজনক, ৰহস্যজনক : আৰক্ষীয়ে উলংঘা কৰিছে ছুপ্ৰীম কোৰ্টৰ গাইডলাইন

অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

publisher by publisher
May 19, 2025
in Assam, News
Reading Time: 1 min read
0
AJP:শংকৰ বৰুৱাক হেণ্ডকাফ লগাই দাগী অপৰাধীৰ দৰে ঘুৰাই ফুৰুৱাটো দুৰ্ভাগ্যজনক, ৰহস্যজনক : আৰক্ষীয়ে উলংঘা কৰিছে ছুপ্ৰীম কোৰ্টৰ গাইডলাইন
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

AJP:

ADVERTISEMENT

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই ডিব্ৰুগড় আদালত চৌহদত ঘুৰাই ফুৰোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, শংকৰজ্যোতিয়ে যদি কিবা অপৰাধ কৰিছে, তাৰ আইনগত শাস্তি নিশ্চয় হ’ব, আইনে তাৰ পথ লব। কিন্তু দাগী অপৰাধীৰ দৰে প্ৰাক্তন ছাত্ৰ নেতাজনক এনেদৰে হেণ্ডকাফ লগাই প্ৰদৰ্শন কৰি ফুৰাৰ আঁৰত আৰক্ষীৰ কি উদ্দেশ্য থাকিব পাৰে, সেইটোহে বিচাৰ্য বিষয়। এই ক্ষেত্ৰত অসম আৰক্ষী বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ হৈছে নেকি সেইটোও চাবলগূয়া বিষয় বুলি দলটোৱে মত প্ৰকাশ কৰে।

জাতীয় পকিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয়, “দুলিয়াজানৰ পেট্ৰ’ল পাম্প এটাত হোৱা সংঘাতক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আইনে এইক্ষেত্ৰত নিজৰ পথ ল’ব৷ শংকৰজ্যোতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ আদালতে কৰিব। কিন্তু, তেওঁক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হেণ্ডকাফ লগাই নিয়া কাৰ্য পোনপটীয়াকৈ ছুপ্ৰিম কোৰ্টৰ গাইডলাইনছ উলংঘা৷ এয়া সংবিধান বিৰোধী আৰু মানৱ অধিকাৰ উলংঘন৷ হেণ্ডকাফ কাক, কেতিয়া লগাব লাগে উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছে। অসম আৰক্ষীয়ে সেয়া মানিছেনে? নে নিজৰ জিম্মাত সাধাৰণ অভিযুক্তক ধৰি ৰাখিব পৰা আত্মবিশ্বাসকণো আৰক্ষীৰ নোহোৱা হ’ল? এনে বেআইনী আচৰণৰ আঁৰৰ কাৰণ আৰু ৰহস্য কি?”

গগৈ আৰু ভূঞাই কয়,” ভাৰতীয় আইন অনুসৰি, কোনোবাই যদি গ্ৰেপ্তাৰ প্ৰতিহত কৰিবলৈ চেষ্টা কৰে বা পলাই যাবলৈ চেষ্টা কৰে তেন্তে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰিব পাৰে। অপৰাধটো কিমান গুৰুতৰ তাৰ ওপৰত নিৰ্ভৰ কৰি হেণ্ডকাফ ব্যৱহাৰ কৰিব পাৰি—বিশেষকৈ অভ্যাসগত অপৰাধী, সন্ত্ৰাসবাদী, ধৰ্ষণ, হত্যা, এচিড আক্ৰমণ, ড্ৰাগছ সৰবৰাহ বা শিশু বা ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধৰ সৈতে যিসকল জড়িত তেওঁলোকৰ ক্ষেত্ৰত৷ কোনো অভিযুক্তক হেণ্ডকাফ লগোৱাৰ পূৰ্বে দণ্ডাধীশৰ অনুমতিৰো প্ৰয়োজন বুলি উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছে৷”

তেনেক্ষেত্ৰত বিচাৰাধীন বিষয় এটাত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই চোঁচৰাই ফুৰোৱাটো অসম আৰক্ষীৰ দৃষ্টিকটু আচৰণ বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে দেখ দেখ মানৱ অধিকাৰ আৰু সংবিধান উলংঘন৷ ইয়াৰ উত্তৰ অসম আৰক্ষীৰ ডিজিপি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিবই লাগিব।

গগৈ আৰু ভূঞাই কয়, “অসমত আইনৰ শাসন চলিব লাগিব৷ এইকথা আমি বাৰে বাৰে কৈ আহিছোঁ৷ আইনৰ শাসনক একাষৰীয়া কৰি অসমক পুলিচ ষ্টেট কৰিব খোজা সকলো মহলৰ সকলোধৰণৰ অত্যুৎসাহী অনুশীলন তৎকালে বন্ধ কৰিব লাগিব ৷ দেশত আইন আছে৷ আইন-আদালতক নিজৰ কাম কৰিবলৈ দিয়ক৷”

আনহাতে, অসম আৰক্ষীয়ে অসমত জনগোষ্ঠীসমূহৰ মাজত ভুল বুজাবুজিৰো সৃষ্টি কৰিব পাৰে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে আৰক্ষীয়ে এই বিষয়টোৰ স্পৰ্শকাতৰতা উপলব্ধি নকৰাটো চিন্তনীয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASU eX. gs Sankarjyoti arresteAJPLurinjyoti Gogoi
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d