Tezpur rape case:
তেজপুৰ মিলনপুৰ শইকীয়া চুবুৰীত বৃদ্ধাক যৌন নিৰ্যাতনৰ জঘন্য ঘটনা ৷ ৯০ বছৰীয়া বৃদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ নিজৰ ভতিজাকৰ বিৰুদ্ধে ৷ ভূপেন শইকীয়া ওৰফে বাবলুৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷
ADVERTISEMENT
ইতিমধ্যে আৰক্ষীয়ে ভুপেন শইকীয়াক গ্ৰেপ্তাৰ কৰিছে ৷ আজি বিয়লি মিলনপুৰৰ ভালে সংখ্যক মহিলাই অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবীত তেজপুৰ সদৰ থানাত উপস্থিত হৈ অভিযুক্ত যাতে কোনো কাৰণতে সাৰি নাযায় তাৰ বাবে দাবী জনায় ৷