Youth Missing In Teak :
টীয়কৰ পৰা যুৱক নিৰুদ্দেশ | ১৪ দিন ধৰি সন্ধান পোৱা নাই যুৱকজনৰ | ১৯ মে’ত ঘৰৰ পৰা ওলাই গৈছিল ২৩ বছৰীয়া অমৰ বড়া | টীয়ক বলমা নহাট টিপমীয়া গাঁৱৰ যুৱৰ জনক কোনো লোকে সন্ধান পালে ৬০০২৪৬১৮০৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান | জনাই পৰিয়ালৰ লোকে ৷
ADVERTISEMENT






























