Sugarcane Mafia Arrested In Kolkata:কলকাতাত আটক অসমৰ চুপাৰি কিং পিতা- পুত্ৰক

৩৫০ কোটি টকা কৰ ফাঁকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ

mafia 1

Sugarcane Mafia Arrested In Kolkata:

প্রায় ৩৫০ কোটি টকা কৰ ফাঁকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ চুপাৰি কিং পিতা- পুত্ৰ ৷ নিশা কলকাতাত অভিযান চলাই জিএছটিৰ ৰাজহ সঞ্চালকালয়ৰ বিশেষ দলে গ্ৰেপ্তাৰ কৰে ৷ শুক্ৰবাৰে নিশা এঘাৰ বজাত দুই চুপাৰি মাফিয়া শশী চৌধুৰী আৰু অংকিত চৌধুৰীক বিমানেৰে গুৱাহাটীলৈ অনাৰ পিছত পোনে দুয়োকে নিয়া হয় জিএছটি কাৰ্যালয়লৈ ৷

ADVERTISEMENT

উল্লেখ্য যে, চুপাৰি মাফিয়া পিতা–পুত্ৰই দেশজুৰি ৫০ৰো ফাৰ্ম খুলি প্ৰবঞ্চনাৰ কৰাৰ লগতে প্ৰায় ৫০০ কোটি টকা জিএছটি ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ জিএছটি ৰাজহ সঞ্চালকালয়ৰ ৷ একেদৰে হাৱালা অপাৰেটৰ দৰে অবৈধ কাৰ্যৰেও জড়িত থকাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে ৷

Exit mobile version