Theft Arrested:গভাইত চোৰ আৰক্ষীৰ জালত

theft

Theft Arrested:

মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত হাতীগাৱঁৰ খাংকাৰ জুৰিপাৰ অঞ্চলত অভিযান চলাই এটা গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰটোৰ নাম আলী হুছেইন(২৭) ৷ চোৰটোৰ পৰা জব্দ কৰে এটা সোনৰ আঙুঠি,দুটা ৰূপৰ মুদ্ৰা আৰু এটা নতুন ভিভ’ এনৰয়ড ম’বাইল সহ কেতবোৰ আপত্তিজনক নথিপত্ৰ ৷

ADVERTISEMENT
Exit mobile version