Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cm Pressmeet:অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে:মুখ্যমন্ত্ৰী

কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া কাৰ্যকাল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল

publisher by publisher
June 10, 2025
in News, Assam
Reading Time: 1 min read
0
Cm Pressmeet:অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে:মুখ্যমন্ত্ৰী
1
SHARES
9
VIEWS
ShareShareShareShare

Cm Pressmeet:

অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে ৷ আনহাতে এই ফেচবুক একাউন্টত দিয়া পোষ্টবোৰত লাইক আৰু কমেন্ট দি আহিছে কংগ্ৰেছীয়ে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া কাৰ্যকাল সম্পৰ্কত ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকী পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ কংগ্ৰেছৰ পূৰ্বৰ ফল আজি ভূগিবলগীয়া হৈছে ভাৰত ৷

ADVERTISEMENT

তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ত দেশৰ কৃষক ৰাইজে লাভ কৰি অহা কে’বা খনো আঁচনিৰ আলোকপাত কৰি কয়, কিষান সন্মান নিধিৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে কৃষক ৷ ছহেজাৰ টকাকৈ লাভ কৰা কৃষকৰ সংখ্যা এক লাখ ৭০,০০০০ অধিক ৷ এই আঁচনিত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰি ৩ লাখ ৭৫,০০০ হেজাৰ টকা। আনহাতে কিষান ফচল বীমা আঁচনিৰ অধীনত উপকৃত হৈছে ১০ কোটি কৃষক ৷ প্ৰকৃত হিতাধিকাৰীৰ বেংক একাউণ্টত যাতে পোনপটীয়া তেওঁলোকৰ প্ৰাপ্য ধন সোমাই তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ একেদৰে নাৰী শক্তিৰ বিকেন্দ্ৰীকৰণৰ বাবে ইতিমধ্যে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষিত কৰিছে মোদী চৰকাৰে ৷ বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমনলৈ প্ৰায় ৩৫ বাৰ আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এইয়া জৱাহৰলাল আৰু ইন্দিৰা গান্ধীৰ পৰা ড:মনমোহন সিঙৰ অসম ভ্ৰমণতকৈ বেছি।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

আনহাতে অসমৰ আন আন ঠাইত দৈত ৰে’লৰ লগতে বৈদ্যুতিক ব্যৱস্থাকৰণ দাবী বিভিন্ন সময়ত উদ্থাপন হৈ আহিছিল ৷ কিন্ত প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীৰ তৎপৰতা ৰাজ্যৰ প্ৰায়বোৰ ৰে’ল লাইন দ্বৈত হৈ উঠিল ৷ মুখ্যমন্ত্ৰী মোদী কাৰ্যাকালৰ প্ৰসংশাত পঞ্চমুখ হৈ বিজেপিৰ বাবে এইয়া সম্ভৱ হয় বুলি মন্তব্য কৰে ৷

যোৱা ঈদৰ সময়ছোৱাত গুৱাহাটী সহ ৰাজ্যৰ কে’বাটাও স্থানত সাম্প্ৰদায়িক বিহবাস্প বিয়পোৱা লক্ষ্যৰে কিছু দুস্কৃতিকাৰীয়ে গো- মাংস পেলাই যোৱাৰ দৰে যি কাম কৰিছে ৷ এই বিষয়টোত চৰকাৰ কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল’বলৈ পিছ হুহুঁকি নাহে ৷ মাংস খোৱাত কোনো বাধা নাই ৷ কিন্তু তাৰ অৱশেষ য’তে -ত’তে পেলাই আন লোকৰ ধৰ্মৰ অনুভূতিক আঘাত হানিব ,এইয়া সহ্য কৰা নহয় ৷

আনহাতে শেহতীয়াকৈ বাংলাদেশী বিতাড়ন বিষয়টোক লৈ এটা বিশেষ চক্ৰই পৰিবেশ বিঘ্নিত কৰিবৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে এই চক্ৰটোৰ গতিগোত্ৰ চৰকাৰে লক্ষ্য কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে সময়োচিত ব্যৱস্থা গ্ৰহণ কৰিব । ৰাজ্যক অস্থিৰ কৰিবলৈ প্ৰয়াস কৰা কোনো শক্তিকে শিপাবলৈ দিয়া নহ’ব ৷বাংলাদেশী বিতাড়ন সমস্যাটো চৰকাৰে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি কাৰ্যকৰী হ’ব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে ৷

একেদৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ বুলি উল্লেখ কৰি কয়,জনজাতি আবেষ্টনী ভূমি আৰু চৰকাৰী ভূমি দখল উচ্ছেদ কচুতলিৰ দৰেই হ’ব ৷ সংবাদমেলত সাংবাদিককে কেতবোৰ বিষয়ক লৈ সোধা প্ৰশ্নৰ উত্তৰো দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ সংবাদমেল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস,মুখ্য মুখপাত্ৰ মনোজ কুমাৰ বৰুৱা উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaCm PressmeetGuwahatiState Bjp Office
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d