Leopard caged:
বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ এটা নাহৰফুটুকী ৷ দুলীয়াজানৰ মায়াজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো । দীৰ্ঘদিন ধৰি মায়াজান চাহ বাগিচা অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ৷পশুধন – আৰু ছাগলী ভক্ষণ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছিল ৷ অঞ্চলবাসী ৰাইজে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক দাবী জনাই আহিছিল। অৱশেষত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় বনৰজা ৷
ADVERTISEMENT