Dhubri: ধুবুৰীত পুনৰ ৰহস্যজনক দেৱাল লিখনি

ডাক-বঙলাৰ গাতে লাগি থকা দোকানৰ বেৰত লিখিলে ভিন্নজনৰ নাম

dhubri 1

Dhubri:

ধুবুৰীত পুনৰ দেৱাল লিখনিক লৈ চাঞ্চল্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দেৱাল লিখনিক লৈ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতে শনিবাৰে নিশা পুনৰ ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ বন্ধ দোকানৰ টিনৰ বেৰত দুষ্টচক্ৰই চকৰে লিখিলে ভিন্নজনৰ নাম।

ইতিমধ্যে সেইস্থানত উপস্থিত হোৱা আৰক্ষীয়ে এইয়া এটা বিশেষ শক্তিৰ হাত থকা বুলি সন্দেহ কৰিছে।আনহাতে ঘটনাস্থলীত জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকসহ বিশাল আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

Exit mobile version