Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চাইবেৰিয়াত ডিজেল নিৰ্গত :সলনি হ’ল নদীৰ পানীৰ বৰণ

publisher by publisher
June 8, 2020
in News, world
Reading Time: 1 min read
0
চাইবেৰিয়াত ডিজেল নিৰ্গত :সলনি হ’ল নদীৰ পানীৰ বৰণ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

হঠাতে নদীৰ পানীয়ে বৰণ সলনি কৰিবলৈ লৈছে সুমেৰুত । বৰণ সলনি কৰি নদীৰ পানী হৈ পৰিছে ৰঙা । ব্ৰহ্মপুৱাতে নদীৰ পানীৰ বৰণ সলনি হোৱা দেখি চমকি উঠিছে বাসিন্দাসকল । তথ্য অনুসৰি ছাইবেৰিয়াত থকা এটি কাৰখানাৰ পৰা বৃহৎ পৰিমাণৰ ডিজেল নিৰ্গত হোৱাৰ পাছত নদীৰ পানীৰ ৰং সলনি হয় । এই খবৰ গৈ মস্কো পোৱাৰ পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ডাঙৰ বিপদৰ আশংকা কৰি অঞ্চলটোত জৰুৰী অৱস্থা ঘোষণা কৰে । ফলত স্থানীয় প্ৰশাসনে বিষয়টোৰ সন্দৰ্ভত অধিক সজাগ তথা সচেতন হ’বলৈ বাধ্য হৈছে । ৰাছিয়াৰ উত্তৰৰ নৰিলস্ক নামৰ চহৰখনত থকা এটি নিকেল কাৰখানাৰ পৰাই বৈ আহিছে নিৰ্গত হোৱা ডিজেল । নিকেল তথা পালাডিয়াম উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে এই কাৰখানাটোৰ নাম আছে । কাৰখানাটোৰ পৰা ডিজেল নিৰ্গত হোৱাৰ ঘটনাই ইতিমধ্যে বহু দিন পাৰ কৰিছে ।

ADVERTISEMENT

দীর্ঘ সময়ৰ পাছতহে ঘটনাটি প্ৰশাসনৰ দৃষ্টিগোচৰলৈ আহে; কিন্ত ডিজেল নিৰ্গত হৈ থকাটো প্ৰত্যক্ষ কৰাৰ পাছতো প্ৰশাসনে নিৰ্দ্ধাৰণ কৰিব পৰা নাছিল ভৱিষ্যত কাৰ্যপন্থা । ফলত প্ৰশাসনৰ এনে দায়িত্বহীনতাক লৈ তীব্ৰ সমালোচনাৰো সৃষ্টি হৈছে ।কাৰখানাৰ পৰা অহা ডিজেলে অন্তত দুখন নদীৰ পানীৰ বৰণ সলনি কৰিছে । ছ’চিয়েল মিডিয়াত নদীৰ পানীৰ বৰণ সলনি হোৱাৰ ছবি প্ৰকাশৰ পাছতহে প্ৰশাসনৰ সক্ৰিয়তা আৰম্ভ হয় । স্থানীয় গৱৰ্ণৰ আলেকজেণ্ডাৰ উচে এই সন্দৰ্ভত ৰাষ্ট্ৰপতি পুটিনৰ দৃষ্টিগোচৰ কৰে । কাৰখানাৰ মুখ্য বিষয়া ছেৰ্গেই লিপিনক চৰকাৰৰ ফালৰ পৰা এই বিষয়ত প্ৰশ্নত্ত কৰা হৈছে । ছ’চিয়েল মিডিয়াৰ ছবি দেখাৰ পাছতহে দুৰ্ঘটনাৰ কথা জানিব লাগিব নেকি বুলি কাৰখানাৰ মুখ্য বিষয়াজনক চৰকাৰৰ ফালৰ সকীয়নি দিয়া হৈছে ।

সমগ্ৰ ঘটনাটিৰ সম্প্ৰতি তদন্তৰ নিৰ্দেশ দিয়া হৈছে । নিৰ্গত হোৱা ডিজেল প্ৰায় ৩৫৯বৰ্গকিলোমিটাৰ জোৰা এটি অঞ্চলত বিয়পি পৰিছে । এই ডিজেল পৰিষ্কাৰ কৰিবলৈ ছাইবেৰিয়ালৈ বিশেষ এটি দল প্ৰেৰণ কৰা হৈছে । পৰিৱেশ বিজ্ঞানী একাংশৰ মতে, নিৰ্গত হোৱা ডিজেলে পৰিৱেশ যথেষ্ট বিষাক্ত কৰি তুলিছে । পৰিষ্কাৰ কাৰ্য কৰাৰ পাছতো প্ৰদূষণ ৰোধ কৰাটো সম্পূৰ্ণভাৱে সম্ভৱ নহ’ব বুলিও শংকা প্ৰকাশ কৰিছে পৰিৱেশ বিজ্ঞানীসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RussiaSiberia
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d