পুনৰ বিভ্রাট! আহমেদাবাদৰ পৰা উৰণৰ পুৰ্বেই বাতিল লণ্ডনগামী এয়াৰ ইণ্ডিয়াৰ বিমান, যান্ত্রিক ত্রুটি?

IMG 20250617 133115

Air India:মঙলবাৰে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী বিমানত টেক অফৰ ঠিক আগেই যান্ত্ৰিক ত্ৰুটি ধৰা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান।

ADVERTISEMENT

যাৰ ফলত বিমানখন বাতিল কৰা হয়।এয়াৰ ইণ্ডিয়া কর্তৃপক্ষই জনাইছে,যাত্ৰীসকলক ধন ঘূৰাই দিয়া হ’ব।

যদিও এনে ঘটনাই যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

Exit mobile version