Air India:মঙলবাৰে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী বিমানত টেক অফৰ ঠিক আগেই যান্ত্ৰিক ত্ৰুটি ধৰা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান।
ADVERTISEMENT
যাৰ ফলত বিমানখন বাতিল কৰা হয়।এয়াৰ ইণ্ডিয়া কর্তৃপক্ষই জনাইছে,যাত্ৰীসকলক ধন ঘূৰাই দিয়া হ’ব।
যদিও এনে ঘটনাই যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।