Theft Arrested:
পানবজাৰ আৰক্ষীৰ জালত কুখ্যাত বাইক চোৰ আটক ৷ বিভিন্ন স্থানৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ
ক্ষেত্ৰত ১২ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই চুৰি বাইক সহ আটক কৰে দুই গভাইত চোৰক ৷
ADVERTISEMENT
ধৃত চোৰ দুজনৰ নাম ধন আলী আৰু ৰেকিবুদ্দিন আহমেদ ৷ আৰক্ষীয়ে আটকাধীন ৰেকিবুদ্দিন আহমেদক জেৰাৰ পাছত পাঁচ খন চুৰি হোৱা বাইকৰ তথ্য পোহৰলৈ আহে ৷ ইয়াৰ পাছতে আৰক্ষীয়ে তৰিৎগতিৰে অভিযান চলাই পাঁচখন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷