Deadbody Recover In Super Market Lodge:মহানগৰীৰ এটা ল’জত উদ্ধাৰ এটা মৃতদেহ ৷ ছুপাৰ মাৰ্কেটৰ জিএনআৰচিৰ কাষতে থকা বিভাজ ল’জ’ এণ্ড ৰেষ্টুৰেণ্টৰ চৌহদত উদ্ধাৰ হয় মৃতদেহ ৷
ADVERTISEMENT
পুৱাই ল’জটোৰ কৰ্মচাৰী মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই ৷ পিছত দিছপুৰ আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো জিএমচিএইছলৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
উল্লেখ্য যে,মৃতদেহটো শোণিতপুৰৰ সঞ্জীৰ নাথৰ বুলি চিনাক্ত কৰা হয় ৷






























