State Bjp New Committee :অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৃহস্পতিবাৰে ঘোষণা কৰিলে টীম অসম বিজেপিৰ ৩১ জনীয়া তালিকা৷
১০জনীয়া উপ- সভাপতিৰ তালিকাত স্থান লাভ পুলক গোহাঁই, পৰিমল শুক্লবৈদ্য, তপন গগৈ, ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰ, অশোক ভট্টৰাই, জুৰী শৰ্মা বৰদলৈ, মনোজ বৰুৱা আৰু ৰত্না সিঙৰ নাম ৷
আনহাতে দুজন সাধাৰণ সম্পাদকৰ পদ এইবাৰ বৃদ্ধি পালে চাৰিজনলৈ ৷ নতুন চাৰি সাধাৰণ সম্পাদক হ’ল চামগুৰিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা,পল্লৱ লোচন দাস ঋতুপৰ্ণ বৰৱা আৰু অনুপ বৰ্মন৷
সম্পাদক সকল হ’ল সম্পাদক লক্ষ্য কোঁৱৰ, লক্ষীনাথ তাচা, বিস্মিতা গগৈ, মনালিচা কোর্ট,অভিজিত কুমাৰ নাথ, ৰাতুল শর্মা, মহেশ দেউৰী,সিদ্ধাংকু অংকুৰ বৰুৱা, নৱাৰুণ বুঢ়াগোঁহাই, বিতুপন দলে ।
কোষাধ্যক্ষ, ৰাজকুমাৰ শর্ম,যুটীয়া কোষাধ্যক্ষ নাৰায়ন ডেকা,কার্যালয় সম্পাদক সুশান্ত বিশ্বাস,চচিয়েল মিডিয়া তত্বাবধায়ক বিশ্বজিৎ খাউণ্ড,আই.টি. তত্ত্বাবধায়ক ডাঃ মৃগাংক তালুকদাৰ,মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়,
মিডিয়া আহ্বায়ক ৰূপম গোস্বামী,কার্যালয় তত্বাবধায়ক অনির্বান গোস্বামী






























