Dispur Protest :দিছপুৰ জনতা ভৱন ঘেৰাও শ শ প্ৰতিবন্ধীৰ

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মূল দোৱাৰ বন্ধ কৰি প্ৰতিবাদ কৰাৰ

janata bhawan

Dispur Protest :

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ প্ৰতিবন্ধী গৰজি উঠিল চৰকাৰ আৰু বিভাগীয় সঞ্চালকৰ বিৰুদ্ধে |সামাজিক ন্যায় সৱলীকৰণ বিভাগৰ সঞ্চালকৰ গাফিলতি বাবে প্ৰতাৰণা প্ৰৱঞ্চনাৰ অভিযোগ |

আনহাতে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰাও বহু প্ৰতিবন্ধী নাম কৰ্তন কৰাৰ বাবে এনেদৰে জনতা ভৱন ঘেৰাও কাৰ্য্যসুচী গ্ৰহণ প্ৰতিবন্ধীৰ | প্ৰতিশ্ৰুতিৰ নামত কেৱল প্ৰতাৰণাৰ অভিযোগ | প্ৰতিবন্ধী সকলৰ দীন দয়াল আঁচনিৰ কৰ্তন কৰি অৰুণোদয় আঁচনিৰ অন্তভুৰ্ক্ত কৰাৰ পাছতে বঞ্চিত হৈছে হাজাৰ হাজাৰ প্ৰতিবন্ধী | প্ৰতিবন্ধী সকলৰ প্ৰতিবাদ কাৰ্য্যসূচীত হঠাৎ উপস্থিত কংগ্ৰেছ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰ |
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মূল দোৱাৰ বন্ধ কৰি প্ৰতিবাদ কৰাৰ চেষ্টা |

Exit mobile version