Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Programme of the disabled association’s agitation:প্ৰতিবন্ধীৰ প্ৰতি কোনো দয়া-মমতা নাই হিমন্ত চৰকাৰৰ

প্ৰতিশ্ৰুতিৰ পাছত প্ৰতিশ্ৰুতি-নহ’ল সমস্যা সমাধান, পুনৰ আন্দোলনৰ হুংকাৰ প্ৰতিবন্ধী সংস্থাৰ

publisher by publisher
January 8, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Programme of the disabled association’s agitation:প্ৰতিবন্ধীৰ প্ৰতি কোনো দয়া-মমতা নাই হিমন্ত চৰকাৰৰ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Programme of the disabled association’s agitation:

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতিবন্ধীসকলৰ প্ৰতি কিঞ্চিতমানো দয়া-মমতা নাই বুলি অভিযোগ উত্থাপন কৰি ন্যায্য প্ৰাপ্তিৰ দাবীৰে পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলে ৷

ADVERTISEMENT

প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে প্ৰতিবন্ধীৰ সমস্যা সমাধানৰ বাবে এই চৰকাৰে তিলমানো গুৰুত্ব দিয়া নাই বুলি অভিযোগ তুলি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় যে যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাৰীৰিকভাৱে সক্ষম লোকসকলক দিব্যাংগ বুলি অভিহিত কৰি দিব্যাংগ লোকক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে যদিও বাকী ৰাজ্যসমূহক বাদ দি অসমে এই সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আহিছে ৷

মালাকাৰে কয়, ‘ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ জৰিয়তে প্ৰতিবন্ধীসকলক মাহেকত এহেজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা আছিল যদিও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ইয়াক বন্ধ কৰি তথা বিগত বৰ্ষৰ পৰা অৰুণোদয়ৰ লগত ইয়াক একাকাৰ কৰি বহু দিব্যাংগ ব্যক্তিক বঞ্চিত কৰিলে ৷’ প্ৰতিবন্ধীৰ আন্দোলনৰ ফলশ্ৰুতিত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে ডিচেম্বৰত উচ্চস্তৰীয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰি প্ৰতিবন্ধীসকলৰ সমস্যা সমাধান কৰা হ’ব বুলি যোৱা ৩০ নৱেম্বৰতে লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি সেয়া হৈ নুঠাত মালাকাৰে ক্ষোভ প্ৰকাশ কৰি কয় যে মাহেকীয়া ভাত্তা, নিযুক্তিকে ধৰি প্ৰতিবন্ধী ব্যক্তিক চলাই অহা প্ৰৱঞ্চনাৰ বিৰুদ্ধে মাঘ বিহুৰ পাছৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷

ন্যায্যপ্ৰাপ্তিৰ দাবীৰে প্ৰতিবন্ধীসকলে আন্দোলন কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কথা বুলি তেওঁ মন্তব্য কৰি এই চৰকাৰে ৰাজ্যৰ প্ৰতিবন্ধী সকলক চূড়ান্তভাৱে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে বুলি অভিযোগ তোলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Association Leaderdisabled association's agitationPressmeet
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d