Salna Police Raid:
বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ একশ্বন মুডত অসম আৰক্ষী ৷ চামগুৰিত নিশা বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত শালনাৰ ১নং লাংখাংৰ পৰা বাল্যবিবাহৰ গোচৰত আটক এজন বিবাহিত যুৱকক ৷ চাৰি সন্তানৰ পিতৃ হুছেইন আলিক আটক কৰে চামগুৰিৰ শালনা আৰক্ষীয়ে।
ADVERTISEMENT
উল্লেখ্য যে ১৬বছৰীয়া এগৰাকী নাবালিকাক দ্বিতীয় বিবাহ কৰিছিল ৷ পূৰ্বে হুছেইন আলিয়ে বিবাহ কৰা প্ৰথমা পত্নীৰ আছে চাৰিটাকৈ সন্তান।






























