Lurinjyoti Gogoi :
কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাাৰ্জাৰীৰ ঘৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈৰ লগতে দলীয় সতীৰ্থ সকল । বিধায়কৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন ।
ADVERTISEMENT
অসম জতীয় পৰিষদ দলৰ লুৰিন জ্যোতি গগৈৰ লগতে কেইবাগৰাকীও সতীৰ্থৰ সৈতে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ বিপিএফ বিধায়ক ৰবিৰাম নাৰ্জাৰী কোকৰাঝাৰৰ ৰুপাতি নগৰস্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ সদ্যপ্ৰয়াত মাতৃৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । বিধায়ক ৰবিৰাম নাৰ্জাৰী সহ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনায় । বিদেহী আত্মাৰ সসগতি কামনা কৰি কয় যে য’তেই আছে শান্তিত থাকক, সেয়াই কামনা কৰিছো ।






























