Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati Press Club Condemnation:সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ

সামাজিক মাধ্যম যোগে ক্ষমা প্ৰাৰ্থনা বিধায়ক ৰশিদ আলমৰ

publisher by publisher
July 19, 2025
in News, Assam
Reading Time: 1 min read
0
Guwahati Press Club Condemnation:সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ
1
SHARES
6
VIEWS
ShareShareShareShare

Guwahati Press Club Condemnation:

শুকুৰবাৰে সন্ধিয়া চেটেলাইট চেনেল এনডি ২৪ ৰ অনুষ্ঠান ‘আজিৰ পৰ্যবেক্ষণত’ ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ‍্যি গোৱালপাৰাৰ বিধায়ক এ.কে.ৰশিদ আলমে যি অশালীন তথা অপমানসূচক মন্তব‍্য প্ৰকাশ কৰিলে। তাৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।

ADVERTISEMENT

জ্যেষ্ঠ সাংবাদিকজনে কৰা তথ‍্যভিত্তিক প্ৰশ্নৰ উত্তৰত বিধায়ক এ.কে ৰশিদ আলমে চেনেলটোৰ মুখ‍্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক ব‍্যক্তিগত ভাৱে আক্ৰমনৰ লক্ষ‍্য কৰি লয়। তেওঁৰ ওপৰত চিঞৰ-বাখৰেই নহয়, অশালীন গালি গালাজো পাৰিবলৈ লয়।

RelatedPosts

শিশু-কিশোৰৰ বাবে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণৰ চিন্তা

১৬ অনূর্ধ্ব বয়সৰ বাবে এইবাৰ সামাজিক মাধ্যম নিষিদ্ধ স্পেইনত

শিশু-কৈশোৰৰ সামাজিক মাধ্যম ব্যৱহাৰত নিয়ন্ত্ৰণৰ দিশে ভাৰত!

এয়া মাথো এক উদাহৰণহে, ৰাজনৈতিক ব‍্যক্তিসকলে অসুবিধাজনক প্ৰশ্নৰ সন্মুখীন হ’লেই সাংবাদিকসকলক প্ৰায়ে লক্ষ‍্য কৰি লয়।ৰাজনীতিৰ লগত জড়িত সকলো ব‍্যক্তিলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সকিয়নী-ৰাজহুৱা মঞ্চত ৰাজনৈতিক নেতা সকলে শিষ্টাচাৰৰ পৰিচয় দিয়ক আৰু প্ৰশ্নসমূহ তথ্যভিত্তিক উত্তৰে সমাধান কৰক, আক্ৰোশমূলক ভাৱে নহয়।

# সামাজিক মাধ্যমযোগে ক্ষমা প্ৰাৰ্থনা বিধায়ক এ কে ৰশিদ আলমৰ

শুকুৰবাৰে সন্ধিয়া চেটেলাইট চেনেল এনডি২৪ ৰ অনুষ্ঠান ‘আজিৰ পৰ্যবেক্ষণত’ ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ‍্যি বিধায়ক এ কে ৰশিদ আলমে কৰা অশালীন তথা অপমানসূচক মন্তব‍্যৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে শনিবাৰে সামাজিক মাধ্যমযোগে বিধায়ক গৰাকীয়ে ক্ষমা প্ৰাৰ্থনা কৰে ।

ভিডিঅ ‘বাৰ্তাটোক বিধায়ক গৰাকীয়ে কয়,ৰাজদ্বীপ বাইলুং বৰুৱা ডাঙৰীয়া, মোৰ কথাই যদি আপোনাৰ মনত আঘাত দিছে, তাৰ বাবে মই দুঃখিত। আপোনাৰ ওচৰত মই ক্ষমা খুজিছোঁ । আপুনি কথাটো ধৰি নাথাকিব। আগৰ দৰেই আমি ৰাইজৰ হৈ কাম কৰো আহক।

তদুপৰি কালিৰ অবাঞ্চিত পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ বিভিন্নজনে সামাজিক মাধ্যমত মতামত দিয়া দেখিছোঁ। বিষয়টোৱে সংবাদ মাধ্যমৰ লগত জড়িতসকলৰ মনতো আঘাত দিছে। তাৰ বাবেও মই দুঃখিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: A k Abdul Rashid MandalCondemnationGuwahati Press ClubSocial Media
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d