Police Raid:
আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী ৷ নিশাভাগত মহানগৰীৰ গুৰুত্বপূৰ্ণ পথ সমূহত আৰক্ষীয়ে অৱস্থান কৰি দুচকীয়া- চাৰিচকীয়া বাহনত তালাচী চলোৱাৰ লগতে বেগ আদিয়েও পৰীক্ষা কৰিছে ৷
ADVERTISEMENT
নিষিদ্ধ ঘোষিত সংগঠনৰ কুটাঘাটমূলক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে গুৱাহাটী সহ ৰাজ্যৰ বিভিন্ন স্থানত নিশা ভাগত অব্যাহত ৰাখিছে তালাচী অভিযান ।






























