Air India:✒️অৱতৰণৰ সময়ত বৃহৎ দুর্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইন্ডিয়াৰ বিমান।
ADVERTISEMENT
কোচিৰ পৰা মুম্বইগামী বিমান অবতৰণৰ সময় ৰাণৱেত পিছলে গ’ল বিমানৰ চকা
পাইলটে বিমানখনক পুনৰ ৰাণৱেলৈ আনিবলৈ চেষ্টা কৰে যদিও বিফল হয়।
এনে পৰিস্থিতিত বিমানবন্দৰৰ কৰ্মচাৰীৰ সহায়ত বিমানখনৰ পৰা যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হয়।
এই ঘটনাত স্বাভাৱিকতে ব্যাপক আতংক বিয়পাইছে। তথ্য অনুসৰি বিমানখনৰ ব্যাপক ক্ষতি হৈছে।






























