Ulfa(I)-NSCN Linkman Arrested: ডিমাপুৰৰ পৰা আটক আলফা (স্বাঃ),এনএছচিএনৰ লিংকমেনক

linkmen

Ulfa(I)-NSCN Linkman Arrested:

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাইছে নিয়মীয়া তালাচি ৷ নিষিদ্ধ ঘোষিত সংগঠনৰ কুটাঘাটমূলক কাৰ্যৰ আশংকা কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তালাচি অভিযান ৷ এনে অব্যাহত থকা তালাচি অভিযানৰ মাজতে চৰাইদেওত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত আটক কৰে আলফা (স্বাঃ),এনএছচিএনৰ এজন লিংকমেনক ৷ আটকাধীন লিংকমেনজনৰ নাম সুপ্রীতম কৌৰ ৷ ইতিমধ্যে ধৃত লিংকমেনজনক অধিক তথ্যৰ বাবে সোণাৰি থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে

Exit mobile version