Basistha Police:
ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে তীব্ৰ কৰি তুলিছে অভিযান ৷ এই অভিযান অব্যাহত থকাৰ মাজতে বশিষ্ট আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী ।
ADVERTISEMENT
গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে যোৱা নিশা খানাপাৰাত অৰ্তকিতে অভিযান চলাই ৩১.৯৬ গ্রাম হেৰ’ইন সহ ব্ৰজেন বৈশ্য নামৰ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজনৰ ঘৰ বাক্সাত ৷






























