Arms Recovered In Bokajan:
বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত কানিয়া টকবি গাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ মাৰাণস্ত্ৰ সহ সজীৱ গুলী ৷ গাওঁখনৰ প্ৰত্যক্ষদৰ্শীয়ে পথৰ কাষত পৰি থকা মাৰাণস্ত্ৰৰ খবৰ ডিলাই থানাক অৱগত কৰে ৷ আৰক্ষী গাওঁখনত উপস্থিত হৈ পৰিত্যক্ত অৱস্থাত থকা এটা একে ৫৬ ৰাইফল আৰু ছয় ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে ৷
