Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

AK 203 : মিনিটত সাতশ গুলী এৰে ! ভাৰতত তৈয়াৰী একে-২০৩এ নিমিষতে নিঃশেষ কৰে প্রায় এক কি:মি: দূৰৰ শত্রুকো

publisher by publisher
October 18, 2022
in India, News
Reading Time: 1 min read
0
AK 203 : মিনিটত সাতশ গুলী এৰে ! ভাৰতত তৈয়াৰী একে-২০৩এ নিমিষতে নিঃশেষ কৰে প্রায় এক কি:মি: দূৰৰ শত্রুকো
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

AK 203 : অত্যাধুনিক একে-২০৩ এছল্ট ৰাইফল তৈয়াৰ কৰিছে ভাৰতত । ৰাছিয়াৰ প্রযুক্তিগত সহায়ত উত্তৰ প্রদেশৰ অমেঠিৰ এটা কাৰখানাত একে-৪৭ এছল্ট ৰাইফলৰ এই উন্নততৰ সংস্কৰণ তৈয়াৰ কৰাৰ প্রস্তুতি তুংগত । সোমবাৰে ৰাছিয়াৰ এজন সামৰিক কর্তাই জনায়, সকলো ঠিক থাকিলে চলিত বছৰৰ শেষৰফালে আৰম্ভ হ’ব পাৰে এই ৰাইফলৰ উৎপাদন প্রক্রিয়া ।

ADVERTISEMENT

একে-২০৩ ৰাইফলটো তৈয়াৰ কৰা হৈছে ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত । ২০১৯ত অমেঠি জিলাৰ ‘কৰৱাৰ অর্ডিনেন্স ফেক্টৰি’ত তৈয়াৰ কৰা হয় ‘ইন্দো-ৰাছিয়া ৰাইফলছ প্রাইভেট লিমিটেড’ত । ৰাছিয়াৰ কালাছনিকভ এছল্ট ৰাইফলৰ এই উন্নত সংস্কৰণ তৈয়াৰ কৰাৰ দায়িত্ব আছে এই সংস্থাৰ উপৰতেই ।

বর্তমান ভাৰতীয় সেনাৰ পদাতিক বেটেলিয়ন আৰু ৰাষ্ট্রীয় ৰাইফলছৰ অস্ত্র হিচাপে দেশীয় পদ্ধতিত তৈয়াৰ ‘ইনছাছ ৰাইফল’ ব্যৱহৃত হয় । স্বয়ংক্রিয় একে-২০৩ ৰাইফলৰ উৎপাদন আৰম্ভণিৰ পাছৰ পৰা ইনছাছ ৰাইফলৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ পাব এই অত্যাধুনিক একে-২০৩ ।

ইনছাছ ৰাইফলৰ কার্তুজ ৫.৫৬ মিলিমিটাৰৰ । ইয়াৰ তুলনাত একে ছিৰিজৰ ৭.৬২ মিলিমিটাৰ কার্তুজ অধিক প্রাণঘাতী । কার্যক্ষমতাও অধিক । কাৰ্টিজ অবিহনে একে-৪৭ এছল্ট ৰাইফলৰ ওজন সর্বাধিক ৩.৮ কেজি । দৈর্ঘ্য ৮৮০ৰ পৰা ৯৪০ মিলিমিটাৰ ।

একে-২০৩তকৈ বহল গুলীৰ গতিও অনবদ্য । ট্রিগাৰত ছাপ দিয়াৰ পাছত ছেকেণ্ডত প্রায় ৭৩০ মিটাৰ বেগত যাব পাৰে এই ৰাইফলৰ কাৰ্টিজ । এই অত্যাধুনিক ৰাইফলৰ পৰা মিনিটত প্রায় ৭০০ ৰাউণ্ড গুলী মাৰা সম্ভৱ ।৮০০ মিটাৰ ৰেঞ্জৰ ভিতৰত থকা শত্রুক অনায়াসে খতম কৰিবলৈ সক্ষম এই অত্যাধুনিক এছল্ট ৰাইফল । একে-৪৭-ক আৰু আধুনিক কৰি তৈয়াৰ কৰা হৈছে একে-২০৩ । একে-৪৭-ৰ ডিজাইন তৈয়াৰ কৰিছিল মিখাইল কালাছনিকভে । কালাছনিকভে তৈয়াৰ কৰা সেই আৰ্হিত ভিত্তি কৰিয়ে তৈয়াৰ কৰা হৈছে একে-২০৩-ৰ আৰ্হি ।

২০১০ত ৰাছিয়াৰ ‘কালাছনিকভ কনছার্ন’ সংস্থা একে-২০৩-এ এছল্ট ৰাইফলটো তৈয়াৰ কৰে । প্রথমে এই ৰাইফলৰ নাম দিয়া হৈছিল একে-১০৩এম । ২০১৯ত নাম সলনি কৰি ৰখা হয় একে-২০৩ । একে-২০৩ ৰাইফল একে-২০০ ছিৰিজৰ এটা ৰাইফল, যাক লৈ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয় ২০০৭ত । একে-২০০ ছিৰিজৰ প্রথম মডেলটো ২০১০ত তৈয়াৰ কৰা হয় । ২০১৩ত পুনৰ ইয়াৰ আৰ্হিত পৰিৱৰ্তন অনা হয় ।

ইয়াৰ ৰূপ সলনি কৰাৰ পাছত নতুন নাম দিয়া হয় একে-১০৩-৩ । ২০১৬ত পুনৰ একে-২০০ ছিৰিজৰ ৰাইফলৰ কাম আৰম্ভ হয় । একে-১০৩-৩ এছল্ট ৰাইফলক আৰু উন্নত কৰি প্রথমে নাম দিয়া হয় একে-৩০০ । পাছত নাম হয় একে-১০৩এম । অৱশেষত ২০১৯ত এই ৰাইফলত আৰু কিছু পৰিৱর্তন আনি নাম দিয়া হয় একে-২০৩ ।

ৰাছিয়াৰ স’তে পাঁচ হেজাৰ কোটি টকাৰ চুক্তি অনুযায়ী ভাৰতীয় সেনাবাহিনীয়ে পাব প্রায় ছয় লাখ ৭০ হেজাৰ একে-২০৩ স্বয়ংক্রিয় ৰাইফল । প্রথম ৭০ হেজাৰ ৰাইফল চলিত বছৰৰ আৰম্ভণিতে ৰাছিয়াৰ পৰা অনা হৈছে । বাকী ছয় লাখ একে-২০৩ তৈয়াৰ কৰা হ’ব অমেঠিৰ ‘কৰৱাৰ অর্ডিনেন্স ফেক্টৰি’ত ।

ৰাছিয়া চৰকাৰৰ দ্বাৰা পৰিচালিত প্রতিৰক্ষা সংস্থা ‘ৰ’ছ’ব’ৰ’ন এক্সপ’র্ট’-ৰ কর্তা আলেকজাণ্ডা মিখিভে সোমবাৰে কয়, ‘‘২০২২ৰ শেষৰফালে কৰৱাৰ অর্ডনেন্স ফেক্টৰিত একে-২০৩ এছল্ট ৰাইফলৰ উৎপাদন আৰম্ভ হ’ব পাৰে । তাৰ প্রস্তুতি তুংগত ।’’ ৰ’ছ’ব’ৰ’ন এক্সপ’র্ট ৰাছিয়াৰ স’তে অন্যান্য দেশৰ গুৰুত্বপূর্ণ সামৰিক প্রকল্পৰ তত্ত্বাৱধানৰ দায়িত্বত আছে ।

উল্লেখ্য যে ২০১৮ৰ এপ্রিলত তৎকালীন প্রতিৰক্ষামন্ত্রী নির্মলা সীতাৰামনৰ ৰাছিয়া ভ্ৰমণৰ সময়ত একে-২০৩ সন্দৰ্ভত ৰাছিয়া আৰু ভাৰতৰ মাজত প্রাথমিক চুক্তি স্বাক্ষৰ হৈছিল ।চুক্তি অনুযায়ী ৰুছ প্রযুক্তি ব্যৱহাৰ কৰি এই দেশৰ অস্ত্র কাৰখানাতেই কালাছনিকভ ৰাইফলৰ সর্বাধুনিক মডেল বনোৱাৰ অনুমতি পায় ভাৰতে । ২০১৯-ৰ মার্চত অমেঠিৰ কৰৱাৰ অর্ডনেন্স ফেক্টৰিত একে-২০৩ ৰাইফল উৎপাদন প্রকল্প উদ্বোধন কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AK203INDIA MADE
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d