Lat Mandal Arrested :মৰাণত উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে

moran 1

Lat Mandal Arrested :

ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী চিএম ভিজিলেঞ্চৰ জালত পৰাৰ পিছতো যেন শিকনি হোৱা নাই একাংশ ঘোচখোৰৰ ৷ পুনৰ উৎকোচ লৈ হাত দাঙিলে এজন চৰকাৰী কৰ্মচাৰীয়ে। মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উৎকোচ লৈ হাতে-লোটে আটক হ’ল লাট মণ্ডল ৷

এজন লোকৰ পৰা ৫০ হেজাৰ টকা লওতেই পূবৰে পৰা খাপ পিটি থকা চিএম ভিজিলেঞ্চৰ দলে হাতে-লোটে আটক কৰে ৷ আটকাধীন লাট মণ্ডলজনৰ নাম হিৰেণ নাথ ৷

Exit mobile version