Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lat Mandal arrested for taking bribe: উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে

বৰপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল আনোৱাৰ হুছেইনক ঘোচ লওঁতেই কৰায়ত্ত দুৰ্নীতি নিবাৰকৰ

publisher by publisher
August 1, 2025
in Assam, News
Reading Time: 1 min read
0
Lat Mandal arrested for taking bribe: উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

Executive engineer arrested for taking bribe:উৎকোচ লৈ গ্ৰেপ্তাৰ মঙলদৈ জলসিঞ্চনৰ কার্যবাহী অভিযন্তা

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Lat Mandal arrested for taking bribe:

ইজনৰ পাচত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পিছতো যেন শিকনি হোৱা নাই একাংশ ঘোচখোৰৰ ৷ উৎকোচ লৈ পুনৰ হাত দাঙিলে আৰু এজন চৰকাৰী কৰ্মচাৰীয়ে ৷ বৰপেটাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এজন লোকৰ পৰা উৎকোচ লৈ শুকুৰবাৰে ধৰা পৰে এজন লাট মণ্ডল ৷

ADVERTISEMENT

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে অভিযান চলাই হাতেলোটে ধৰা পেলোৱা লাট মণ্ডলজনৰ নাম আনোৱাৰ হুছেইন। অভিযোগ অনুসৰি কয়াকুছিৰ খাবলাৰ ভিঠা গাঁৱৰ আব্দুল বাতেন নামৰ এজন লোকৰ ভূমি সংক্ৰান্তীয় কাম কৰি দিয়াৰ বিনিময়ত মণ্ডলজনে প্ৰথমে বিশ হাজাৰ টকা উৎকোচ দাবী কৰে।‌ অন্যথা কাম কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে ।

উৎকোচ আদায় নিদিয়াৰ বাবেই কামটো দীৰ্ঘসময় ধৰি পেলাই থয় লাট মণ্ডলজলে । অৱশেষত আব্দুল বাতেনে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত শাখাটোৰ এটা দলে শুকুৰবাৰে দুপৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই ।

পৰিকল্পনা অনুসৰি অভিযোগকাৰীয়ে লাট মণ্ডলজনক উৎকোচৰ এটা অংশ আদায় দিয়ে। কাৰ্যালয়টোৰ চৌহদত থকা কেণ্টিনত সেই ধন লাট মণ্ডলজনে গ্ৰহণ কৰাৰ সময়তে পূবৰে পৰা খাপ পিটি থকা অভিযানকাৰী দলে তেওঁক হাতেলোটে কৰায়ত্ত কৰে। ইতিমধ্যে লাট মণ্ডলজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে অধিক জেৰাৰ বাবে ঘোচখোৰ মণ্ডলজনৰ গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানকাৰী দলটোৱে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anti Corruption DEPT.BarpetaLat Mandal ArrestedTaking Bribe
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d