Heroin and yaba Tablet Seized:
কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ বিশেষ সূত্ৰৰ পমখেদি সোণাবাৰী ঘাট আৰু মাৰ্কুলিন অঞ্চলত অৰ্তকিতে অভিযান চলাই ২১৬ গ্ৰাম হেৰ’ইন আৰু ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ অভিযানত গ্ৰেপ্তাৰ কৰা হয় দুই মহিলাসহ মুঠ ৫জন সৰবৰাহকাৰী ৷ জব্দকৃত হেৰ’ইন, য়াবা টেবলেট খিনিৰ মূল্য প্ৰাই ৭ কোটি টকা ।
ADVERTISEMENT






























