দিনটোৰ ৰাশিফল

images 3

Horoscope:✒️মেষ: শৰীৰ ভালে নাযাব পাৰে। মানসিক চিন্তা বৃদ্ধি। অন্যান্য সমস্যাই মন ভাৰাক্ৰান্ত কৰিব পাৰে। প্ৰেমত মধুৰ। ভ্ৰমণৰ সুযোগ। শুভ ৰং ক’লা।

বৃষ: শুভ অথবা মাংগলিক কাৰ্যত খৰচ বৃদ্ধি। নতুন কোনো সংবাদ প্রাপ্তি। পূৰ্বৰ সমস্যাৰ অন্ত পৰিব। বিবাহৰ যোগ আছে। শুভ ৰং কমলা।

মিথুন: মানসিক শান্তি লাভ। খোৱা-লোৱাত তৃপ্তি। পাৰিবাৰিক সুখ বৃদ্ধি। জ্যেষ্ঠজনৰ সহযোগ প্রাপ্তি। শুভ ৰং সোণালী।

কর্কট: আর্থিক স্থিতিৰ সন্তোষজনক প্রগতি। প্রেমত শুভ। ধন প্ৰাপ্তিৰ যোগ। শাৰীৰিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে। শুভ ৰং হালধীয়া।

সিংহ: আধ্যাত্মিক ক্ষেত্রত প্রগতি। আর্থিক সংকটে দেখা দিব পাৰে। ঘৰুৱা বিবাদে অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা। শুভ ৰং ৰঙা।

কন্যা: পুৱাৰ ভাগত কিছু অশান্তিকৰ। লাহে লাহে পৰিস্থিতিৰ উন্নতি হ’ব। আমোদ-প্রমোদ বৃদ্ধি। শুভ কাৰ্যত খৰচ বৃদ্ধি। শুভ ৰং ক্ৰীম।

তুলা: মানসিক চিন্তা। আর্থিক সমস্যা দূৰ নহ’ব। অন্যান্য ক্ষেত্ৰত শুভফল লাভ। পাৰিবাৰিক অশান্তি বৃদ্ধি। শুভ ৰং গুলপীয়া।

বৃশ্চিক: দিনটো শুভ। কার্যত সফলতা লাভ কৰিব। সু-সংবাদ লাভ। ভ্রমণ যোগ। প্ৰিয়জনৰ আগমন। শুভ ৰং সেউজীয়।

ধনু: ভ্রাতৃৰ সহযোগ প্রাপ্তি। সৎ উদ্দেশ্যৰ কাৰ্যত সফলতা লাভ। প্রেমত অশান্তি। শাৰীৰিক শুভ। শুভ ৰং নীলা।

মকৰ : ব্যৱসায়ত সফলতা প্ৰাপ্তিৰ যোগ। আর্থিক লাভ। স্বাস্থ্য ভালে নাযাব পাৰে। অন্যান্য ক্ষেত্রত শুভ দেখা যায়। শুভ ৰং মেৰুণ।

কুম্ভ: কর্মক্ষেত্রত শুভ। ব্যৱসায়-বাণিজ্যত শুভ ফল পাব। দৈহিক দিশত ভালে নাযাব। প্রেমত মতানৈক্য হ’ব পাৰে। শুভ ৰং বগা।

মীন: মানসিক উন্নতি। মান-সম্মান বৃদ্ধি। সামাজিক প্রতিষ্ঠা লাভ কৰিব। আর্থিক স্থিতিৰ উন্নতি। শুভ ৰং বেঙুনীয়া।

Exit mobile version