Tesla:✒️মুম্বাইৰ পাছত এইবাৰ দিল্লীত শ্ব’ৰুম মুকলি কৰাৰ পথত ইলন মাস্কৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানীই টেছলা। শেহতীয়াকৈ কোম্পানীটোৱে নিজৰ এক্স হেণ্ডেলত এই কথা ঘোষণা কৰিছে।
ADVERTISEMENT
প্ৰাপ্ত তথ্য অনুসৰি, ১১ আগষ্টত ৰাজধানীত দ্বিতীয়টো শ্ব’ৰুম মুকলি কৰিবলৈ ওলাইছে টেছলাই।
যোৱা মাহত টেছলাই মুম্বাইত চাৰি হেজাৰ বৰ্গফুটৰ বিলাসী শ্ব’ৰুম মুকলি কৰিছিল । শ্ব’ৰুমটো উদ্বোধন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে।






























