Arunachal:
চুবুৰীয়া ৰাজ্য অৰুণাচলত আছাম ৰাইফলছৰ শিবিৰত আলফা (স্বাঃ) আৰু এনএছচিএনৰ ধাৰাসাৰ গুলীবৰ্ষণ ৷ পাহাৰীয়া ৰাজ্য খনৰ লাজুৰ নগলৌস্থিত আছাম ৰাইফলছৰ শিবিৰলৈ লক্ষ্য কৰি আলফা (স্বাঃ) আৰু এনএছচিএনৰ নিৰ্বিচাৰ গুলীবর্ষণৰ প্ৰত্যুত্তৰত আছাম ৰাইফলছৰেও গুলীচালনা কৰে ৷ গুলীচালনা সন্দৰ্ভত সঠিক তথ্য জানিব পৰা হোৱা নাই ৷
ADVERTISEMENT
আনহাতে আলফা (স্বাঃ) আৰু এনএছচিএনৰ যৌথ আক্ৰমণৰ পিছতে আছাম ৰাইফলছ অতিৰিক্ত জোৱান ৰাওনা হৈছে নগলৌস্থিত আছাম ৰাইফলছৰ শিবিৰলৈ ৷






























