Ulfa[i] Linkman Arrested:
আগন্তুক স্বাধীনতা দিৱসত বিদ্ৰোহী সংগঠনে সংঘটিত কৰিব পৰা যিকোনো কুটাঘাটমূলক কাৰ্যৰ আশংকা কৰি মহানগৰ আৰক্ষীয়ে নিশা তীব্ৰতৰ কৰি তুলিছে তালাচি অভিযান ৷
ADVERTISEMENT
এনে তালাচি অভিযানৰ মাজতে গুৱাহাটীত অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে গ্ৰেপ্তাৰ কৰিলে আলফা (স্বাঃ)ৰ দশই লিংকমেনক৷ আটকাধীন লিংকমেন দুজন হ’ল লুংচাই কানক আৰু আকাই কানক৷ ধৃত দুই লিংকমেনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷






























![Assam News Today | Ulfa[i] Linkman Arrested:মহানগৰীত গ্ৰেপ্তাৰ আলফা (স্বাঃ)ৰ লিংকমেন - Dainik Agradoot | Ulfa[i] Linkman Arrested:মহানগৰীত গ্ৰেপ্তাৰ আলফা (স্বাঃ)ৰ লিংকমেন](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2025/08/linkmen.jpeg?resize=750%2C375&ssl=1)