Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিটিআৰত কলিতা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী কলিতা আলপাইন সন্মিলন

publisher by publisher
August 11, 2025
in News, Assam
Reading Time: 1 min read
0
বিটিআৰত কলিতা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী কলিতা আলপাইন সন্মিলন
1
SHARES
8
VIEWS
ShareShareShareShare

BTR:✒️”বিটিআৰত আইন সংশোধন কৰি হ’লেও কলিতা জনগোষ্ঠীক ভূমি অধিকাৰ প্ৰদান কৰক। প্ৰয়োজনত আইন যিকোনো সময়ত সংশোধন কৰিব পাৰি। যেনেকৈ নহওঁক ভূমিৰ অধিকাৰ প্ৰদান কৰিবই লাগিব। আইন কোনো ভগৱানে নবনাই, আইন মানুহেই বনাই আৰু মানুহেই সংশোধনও কৰিব পাৰে।” এই মন্তব্য সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নয়ন কলিতাৰ।

ADVERTISEMENT

আজি সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে।

RelatedPosts

একত্ৰীকৰণৰ বাবে মিত্ৰতা ভংগ কৰিবলৈ মহিলাৰীয়ে দিলে চর্ত

প্রতিজন কংগ্রেছ কর্মীক নির্বাচনলৈ দায়িত্ব প্ৰদানৰ সিদ্ধান্ত

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই

লগতে তেওঁ কয়, “কলিতাসকল অসমৰ ভূমিপুত্ৰ। এই জনগোষ্ঠীটোৰ ইতিহাস প্ৰায় ৬০০০ বছৰ পুৰণি। এই ভূ-খণ্ডত কলিতা জনগোষ্ঠীয় ৰজা কুমাৰ ভাস্কৰ বৰ্মাই সু-শাসন প্ৰতিষ্ঠা কৰিছিল। অথচ এই বৃহত্বৰ ভূখণ্ডৰ অন্যতম অঞ্চল বি.টি.আৰত ট্ৰাইবেল বেল্ট ব্লক আৰু ষষ্ঠ অনুসূচীৰ দোহাই দি কলিতাসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।”

তেখেতে পুনৰ কয়, ” আইন কোনো ভগৱানে নবনাই, আইন মানুহে বনাই আৰু মানুহে সংশোধনও কৰে । ভাৰতীয় সংবিধান সংশোধন কৰি যদি পাহাৰীয়া অঞ্চলত প্ৰযোজ্য হৈ থকা ষষ্ঠ অনুসূচী সমতল ভূমিত যদি দিব পাৰে, তেন্তে কলিতাসকলক কিয় আজিলৈ সম্পূৰ্ণ মাটিৰ অধিকাৰ দিব পৰা নাই? কেৱল মাত্ৰ প্ৰতিটো নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল সমূহে কলিতাসকলৰ ভূমিৰ সমস্যাটো ৰাজনৈতিক ইচ্ছ্যু হিচাপে লৈ থাকে আৰু চৰকাৰ গঠনৰ পিছত সমাধান নকৰি সমস্যাটো ওলমাই ৰাখে।”

সংবাদমেলৰ পূৰ্ৱে বিটিআৰত কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত জিলা সমিতিৰ সভাপতি প্ৰণৱ পাঠকৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনৰ আঁত ধৰে সন্মিলনৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক ধনজিৎ বায়নে । সভাত সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা কনোৰাম কলিতাই বি.টি.আৰ.ত কলিতা জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি ভূগি অহা সমস্যাক লৈ আক্ষেপ প্ৰকাশ কৰে।

২০০৩ চনৰ বি.টি.চি. চুক্তিৰ পিছৰ পৰা কলিতা জনগোষ্ঠীৰ লোকসকল বি.টি.আৰ অঞ্চলত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থকা বুলিও তেখেতে মন্তব্য কৰে। সভাত উপস্থিত থকা অৱসৰ প্ৰাপ্ত শিক্ষক গুণীন দাস, ওদালগুৰি মহাবিদ্যালয়ৰ বিষয় শিক্ষক ৰাতুল ভড়ালী আৰু অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক থনুৰাম দাসে স্ব-গোষ্ঠীয় লোকসকলে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ বাবে দুখ প্ৰকাশ কৰে ।

আজিৰ সভাত কলিতা সকলৰ ভূমিৰ সমস্যাকলৈ ৰাইজৰ সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ লোৱা হয় যে “কলিতা সকলৰ ভূমিৰ অধিকাৰ বি.টি.আৰত থকা কলিতাসকলে পাব লাগিব । বি.টি. আৰ. নিৰ্বাচনত অংশ গ্ৰহনকাৰী যিটো ৰাজনৈতিক দলে কলিতাসকলৰ মাটিৰ অধিকাৰ দিয়াৰ বিষয়ে দলীয় নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ কৰাৰ লগতে সন্মিলনৰ নেতৃত্বক লিখিত ভাৱে জনাব, সেই ৰাজনৈতিক দলকে কলিতাসকলে ভোট দিয়াৰ চিন্তা চৰ্চা কৰিব” ।

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ বি.টি.আৰৰ প্ৰতিখন জিলাতে এক সপ্তাহৰ ভিতৰতে আজিৰ নিচিনাকৈ সাধাৰণ সভা অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰি পৰবৰ্তী সময়ত জিলা সমিতি, আঞ্চলিক সমিতি আৰু শাখা সমিতিৰ সহযোগত প্ৰতিঘৰ স্ব-গোষ্ঠীয় লোকক ভূমিৰ সমস্যাক লৈ সচেতন কৰা হব বুলিও কেন্দ্ৰীয় নেতৃত্বই ঘোষনা কৰে ।

সভাত ওদালগুৰি জিলাৰ প্ৰায় শতাধিক কলিতা লোক উপস্থিত থকাৰ উপৰিও কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক নগেন কলিতা আৰু তামুলপুৰ জিলা সমিতিৰ সভাপতি ভূপেন্দ্ৰ কলিতাও উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTR
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d