Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 Jagdeep Dhankhar:ক’ত ‘হেৰাল’ ধনখড় ! ব্যাপক চর্চা

publisher by publisher
August 11, 2025
in India, News
Reading Time: 1 min read
0
 Jagdeep Dhankhar:ক’ত ‘হেৰাল’ ধনখড় ! ব্যাপক চর্চা
0
SHARES
3
VIEWS
ShareShareShareShare

 Jagdeep Dhankhar:

চীন আৰু ৰাছিয়াত ক্ষমতাশীলৰ ৰোষত পৰা ৰাজনৈতিক নেতা হঠাৎ ৰহস্যজনকভাবে শুংসূত্রহীন হয়। কমিউনিষ্ট চীন আৰু সোঁপন্থী চৰিত্ৰৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ অধীনত থকা ৰাছিয়াত এনে ঘটনা সাধাৰণ ঘটনাতে পৰিণত হ’বলৈ ধৰিছে। দেশ দুখনৰ ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত সংঘটিত এনে ঘটনাৰ স’তে সম্প্রতি ভাৰতত সংঘটিত এক ঘটনাৰ তুলনা কৰিছে একাংশ বিৰোধী নেতাই।

ADVERTISEMENT

একাংশ বিৰোধী দলৰ নেতাই চৰ্চা কৰা অনুসৰি যোৱা ২১ জুলাইত আকস্মিকভাৱে পদত্যাগ কৰা উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ স’তে তেওঁৰ পদত্যাগৰ পাছৰে পৰা কোনেও যোগাযোগ কৰিব পৰা নাই। সম্প্রতি সদ্যপ্রাক্তন উপ-ৰাষ্ট্ৰপতিজন ক’ত আছে সেয়া ৰাজনৈতিক ক্ষেত্ৰৰ স’তে জড়িতসকল অৱগত নহয় বুলি চর্চা কৰিছে একাংশ বিৰোধী নেতাই।

RelatedPosts

পদত্যাগ কৰাৰ পাছত জগদীপ ধনখড় প্ৰথম বিবৃতি!

প্রাক্তন সাংসদৰ নহয়, কংগ্ৰেছৰ বিধায়কৰূপেহে পেন্সন বিচাৰিলে

ধনখড়ৰ উত্তৰাধিকাৰী সন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ!

আনকি প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা সমাজবাদী পার্টিৰ নেতা কপিল শিবালে বিষয়টো সম্পর্কত উচ্চতম ন্যায়ালয়ত বন্দী প্রত্যক্ষীকৰণ আবেদন দাখিলৰো সিদ্ধান্ত লৈছে।  বিষয়টোক অধিক মাত্রা দিয়ে শিবসেনা (ইউবিটি)ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱটে। ধনখড় হঠাৎ ‘অদৃশ্য’ হোৱাৰ স’তে চীন আৰু ৰাছিয়াৰ একাংশ ৰাজনৈতিক নেতা হঠাৎ সন্ধানহীন হোৱা ঘটনাৰ তুলনা কৰিছে শিৱসেনা (ইউবিটি) ৰ সাংসদজনে।

কাৰোৰে নাম উল্লেখ নকৰাকৈ ৰাৱটে কয়, ‘চীন আৰু ৰাছিয়াত নেতা অদৃশ্য হোৱাটো এটা সাধাৰণ ঘটনা। এই মানুহবোৰে ভাৰততো এনে ঘটনা আৰম্ভ কৰিছে নেকি?’ ধনখড় সম্পর্কত তেওঁ আৰু কয়, ‘দৰাচলতে যোৱা ২১ জুলাইত আমি সকলোৱে তেওঁক ৰাজ্যসভাত সাক্ষাৎ কৰো। আমি এক আলোচনাতো মিলিত হওঁ। তেওঁ আমাক কিছু নির্দেশনা দিয়ে। তাৰ পাছতে সদন স্থগিত হয়। তেওঁ সুস্থ-সৱল হৈয়ে আছিল। আনকি তেওঁ কৌতুকো কৰিছিল।

কিন্তু সেইদিনা আমি জানিব পাৰিলো যে তেওঁ স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰিছে।’ উল্লেখ্য যে মোদী চৰকাৰে ধনখড়ক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা বুলিও চর্চা চলি আহিছে। চর্চা অনুসৰি ধনখড়ে পদত্যাগ কৰাৰ কিছুদিন পূৰ্বৰে পৰা তেওঁৰ স’তে মোদী চৰকাৰৰ দূৰত্ব বৃদ্ধি পায়। দুয়োপক্ষৰ মাজত এই সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটে যোৱা ২১ জুলাইত ৰাজ্যসভাত বিৰোধীয়ে উত্থাপন কৰা এটা প্ৰস্তাৱ ধনখড়ে গ্ৰহণ কৰে।

এই প্ৰস্তাৱ আছিল বিতর্কিত ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ প্ৰস্তাৱ। কিছুমাহ পূর্বে চৰকাৰী বাসভৱনত নগদ ধনৰ পাহাৰ উদ্ধাৰ হোৱা ন্যায়াধীশজনৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ প্ৰস্তাৱ শাসকীয় পক্ষই উত্থাপনৰ কথা আছিল। কিন্তু শাসকীয় পক্ষৰ পূৰ্বে বিৰোধীয়ে সদনত উত্থাপন কৰা এই সংক্রান্তীয় প্রস্তাৱ ধনখড়ে গ্রহণ কৰি বিধিগত ব্যৱস্থা আৰম্ভ কৰে।

ইয়াক লৈ ক্ষুব্ধ শাসকীয় পক্ষই তেওঁক কাৰ্যতঃ অপসাৰণহে কৰে বুলি চর্চা চলি আহিছে। চর্চা অনুসৰি কলংকিত ন্যায়াধীশজনৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ সদনত উত্থাপন কৰি মোদী চৰকাৰে দুর্নীতিৰ স’তে আপোচ নকৰা বুলি বিষয়টোক লৈ ৰাজনৈতিক লাভালাভ অৰ্জনৰ অংক কৰিছিল; কিন্তু মূৰকত ধনখড়ে মোদী চৰকাৰৰ এই আশাত চেঁচা পানী ঢালি দিয়ে।

উল্লেখ্য যে যোৱা ২১ জুলাইৰ সন্ধিয়া ধনখড়ে স্বাস্থ্যজনিত অজুহাত দেখুৱাই পদত্যাগপ ত্ৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুলৈ প্ৰেৰণ কৰে। নিশা ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগপত্র গ্রহণ কৰে। ইয়াৰ পাছৰে পৰা ধনখড়ৰ স’তে কোনেও যোগাযোগ কৰিব পৰা নাই বুলি চর্চা চলি আহিছে। গতিকে তেওঁ ক’ত আছে তাক লৈ সন্দিহান হৈছে বহুতে।

এনে অৱস্থাতে বিষয়টোক চর্চালৈ আনি কালি শিবালে প্রাক্তন উপ-ৰাষ্ট্ৰপতিজন ক’ত আছে সেই সম্পর্কত প্রশ্ন উত্থাপন কৰে। উপ-ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ পূৰ্বে পশ্চিমবংগৰ ৰাজ্যপালৰূপে কার্যনির্বাহ কৰা ধনখড়ৰ শুংসূত্রহীনতাক লৈ মোদী চৰকাৰলৈ বাক্যবাণ এৰি শিবালে সামাজিক মাধ্যমত কয়, ‘তেওঁ ক’ত আছে আমাক জনোৱা হ’বনে ? তেওঁ নিৰাপদে আছেনে? তেওঁৰ স’তে যোগাযোগ কৰিব কিয় পৰা নাই?’

শিবালে কয় যে কার্যকালত ধনখড়ে মোদী চৰকাৰক সমৰ্থন কৰি আহে। তৎসত্ত্বেও এতিয়া তেওঁক বিৰোধীয়েহে সুৰক্ষা দিব লগা হৈছে বুলি চৰকাৰলৈ তেওঁ কটাক্ষবাণ এৰে। তাতে ক্ষান্ত নাথাকি তেওঁ অধিক কটাক্ষবাণ এৰি আৰু কয় যে ‘লাপাট্টা লেডী’ চলচ্চিত্ৰৰ কথাহে পূর্বে শুনিছিল; কিন্তু কেতিয়াও লাপাট্টা উপ-ৰাষ্ট্ৰপতিৰ কথা শুনা নাছিল। ‘লাপাট্টা’ শব্দটোৱে সন্ধানহীনক বুজায়।

অৱশ্যে তেওঁ ধনখড় ক’ত আছে সেয়া কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ অৱগত বুলি উল্লেখ কৰি এই সম্পর্কত কেন্দ্রীয় গৃহমন্ত্রীক বিবৃতিত দিবলৈ দাবী জনায়। ‘তেওঁ ক’ৰবাত চিকিৎসাধীন হৈ আছে নেকি? এই সম্পর্কত তেওঁৰ পৰিয়ালৰ লোকে একো কোৱা নাই। কথাটো কি? আমি এনে ঘটনা কেৱল আন দেশত সংঘটিত হোৱাৰ কথাহে শুনিছিলো; কিন্তু ভাৰত গণতান্ত্রিক দেশ, গতিকে এনেকুৱা কথা ৰাজহুৱা হ’ব লাগে।’

ধনখড় চৰকাৰী বাসভবনতো নাই বুলি উল্লেখ কৰি প্ৰাক্তন কেন্দ্রীয় মন্ত্রীজনে লগতে কয়, ‘পদত্যাগৰ পাছৰ পৰা আমি কোনেও নাজানো তেওঁ ক’ত আছে। তেওঁ নিজৰ চৰকাৰী বাসভবনতো নাই। প্রথমদিনা মই তেওঁৰ স’তে যোগাযোগ কৰাৰ চেষ্ট কৰো যদিও তেওঁৰ ব্যক্তিগত সচিবে ফোন ধৰি কয় যে তেওঁ জিৰণি লৈ আছে।’ তেওঁৰ বহু ৰাজনৈতিক সতীর্থয়ো ধনখড়ৰ স’তে যোগাযোগ কৰাৰ চেষ্টা চলাই ব্যৰ্থ হৈছে বুলিও শিবালে সদৰী কয়।

গতিকে ধনখড়ৰ সাম্প্রতিক অৱস্থিতিক লৈ আন বহুতৰ মনতো উৎসুকতাৰ সৃষ্টি হৈছে। এনে অৱস্থাতে চৰকাৰে শীঘ্ৰে ধনখড়ৰ বাবে নতুন বাসভৱনৰ ব্যৱস্থা কৰিব লাগিব বুলি সূত্রই জনায়। অৱশ্যে প্রাক্তন উপ-ৰাষ্ট্ৰপতিজনক প্ৰদান কৰিব লগা নতুন বাসভৱন সম্পৰ্কত চৰকাৰে গৃহনির্মাণ মন্ত্রণালয়ৰ স’তে বর্তমানলৈ যোগাযোগ কৰা নাই বুলি সূত্রই প্রকাশ কৰিছে। গতিকে ধনখড় সম্প্রতি ক’ত আছে তাক লৈ বিভিন্ন বিৰোধী ৰাজনৈতিক নেতাই উত্থাপন কৰা প্ৰশ্নৰ গুৰুত্ব বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ex Vice President Of IndiaJagdeep DhankharKapil Sibal
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d